পুনৰ বঃহিৰাজ্যত মৃত্যু অসমৰ যুৱতী। আঠ মাহ পূৰ্বে সন্ধানহীন হৈছিল যুৱতগৰাকী। যুৱতী গৰাকীৰ ঘৰ মৰঙীৰ মুৰফুলনীৰ কৰ্দৈগুৰিত। যুৱতী গৰাকীৰ নাম ভানু দাস। চেন্নাইৰ cengalpattu medical College hospital ত মৃত্যু হৈছে যুৱতী গৰাকীৰ। যুৱতগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। বগীজান থানাত গোচৰ দিবলৈ গৈছিল যদিও গোচৰ নললে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শোকাৱহ ঘটনা; ষঠ পূজা কৰিবলৈ গৈ বৰপেটাত সলিল সমাধি এজনৰ
ষঠ পূজাৰ আনন্দৰ মাজতে এক শোকাৱহ ঘটনা সংঘটিত হৈছে অসমত।
বৰপেটাৰোড চহৰত ষঠ পূজাত এই অঘটনটো...
भाजपचे जिल्हा चिटणीस विलास राठोड यांच्या वतीने गरजु महिलाना साडी व फराळाचे वाटप
भाजपचे जिल्हा चिटणीस विलास राठोड यांच्या वतीने गरजु महिलाना साडी व फराळाचे वाटप
વલસાડ જિલ્લાના કપરાડા તાલુકામાં પીવાના પાણીની બૂમ#newsgujarat
વલસાડ જિલ્લાના કપરાડા તાલુકામાં પીવાના પાણીની બૂમ#newsgujarat
રાધનપુર અખિલ ભારતીય પત્રકાર સુરક્ષા સમિતિની બેઠક મળી | SatyaNirbhay News Channel
રાધનપુર અખિલ ભારતીય પત્રકાર સુરક્ષા સમિતિની બેઠક મળી | SatyaNirbhay News Channel