১০৯ নং বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়কৰ দক্ষতা বিকাশ সমিতিৰ উদ্যোগত যোৱা ৩ জুলাইৰ পৰা সমষ্টিটোৰ তিনিটা স্থানত অনুষ্ঠিত হৈছে অগ্নিবীৰত ভৰ্তিৰ বাবে বিনামুলীয়া প্ৰশিক্ষণ ৷ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ বিহপুৰীয়াৰ কাৱৈমাৰি খেলপথাৰ আৰু পথালিপাহাৰত শংকৰদেৱ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ ৷ সমষ্টিটোৰ যুৱক যুবতীসকলক দেশৰ সেনাবাহিনীত নতুনকৈ সংযোগ ঘটোৱা অগ্নিবীৰ পদত নিজকে বাচনিভুক্ত কৰাৰ লগতে অন্য পদতো অন্তভূক্ত হোৱাৰ বাবে বিধায়ক অমিয় কুমাৰ ভুঞাই এই উদ্যোগ লয় ৷ বিধায়কগৰাকীয়ে পুৱা প্ৰতিটো কেন্দ্ৰত গৈ পৰ্যবেক্ষণ কৰাৰ লগতে নিজেও যুৱক যুৱতীসকলৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰি উৎসাহ যোগাই আহিছে ৷ সমষ্টিৰ যুৱক যুৱতীসকল এনে প্ৰশিক্ষণৰ জৰিয়তে স্বাস্থ্যবান আৰু নিৰোগী হোৱাটো গুৰুত্বপূৰ্ণ লক্ষন বুলি অভিহিত কৰা বিধায়কগৰাকীয়ে ইয়াৰ পূৰ্ৱে সমষ্টিটোত আৰক্ষী পদৰ বাবে অনুষ্ঠিত কৰিছিল এনে প্ৰশিক্ষণ ৷ যাৰ দ্বাৰা সমষ্টিটোৰ শতাধিক যুৱক যুৱতী আৰক্ষী বিভাগত যোগদানৰ সুবিধা লাভ কৰিছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લાલબતી વાળા મામાદેવ ધૂન મંડળ અને જય સિયારામ ધૂનમંડળ દ્વારા મોરબી મૃતકોના આત્માની શાંતિ માટે રામધૂન
લાલબતી વાળા મામાદેવ ધૂન મંડળ અને જય સિયારામ ધૂનમંડળ દ્વારા મોરબી મૃતકોના આત્માની શાંતિ માટે રામધૂન
ધોરણ 10 નુ રિઝલ્ટ 25 મે નારોજ સવારે 8 કલાકે વેબસાઇટ www.gseb.org પર તથા WhatsApp નંબર પર પણ#ani#guj#
ધોરણ 10 નુ રિઝલ્ટ 25 મે નારોજ સવારે 8 કલાકે વેબસાઇટ www.gseb.org પર તથા WhatsApp નંબર પર પણ#ani#guj#
11 CFOs and Senior Finance Leaders Share How AI Is Reshaping the Future of Finance Careers
11 CFOs and Senior Finance Leaders Share How AI Is Reshaping the Future of Finance Careers
मराठा सेवा संघाचा ३२ व्या वर्धापन दिन अकलूज येथे संपन्न
आज रोजी मराठा सेवा संघाच्या ३२ व्या वर्धापन दिनाचे औचित्य साधून सह. महर्षी शंकरराव मोहिते पाटील...