১০৯ নং বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়কৰ দক্ষতা বিকাশ সমিতিৰ উদ্যোগত যোৱা ৩ জুলাইৰ পৰা সমষ্টিটোৰ তিনিটা স্থানত অনুষ্ঠিত হৈছে অগ্নিবীৰত ভৰ্তিৰ বাবে বিনামুলীয়া প্ৰশিক্ষণ ৷ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ বিহপুৰীয়াৰ কাৱৈমাৰি খেলপথাৰ আৰু পথালিপাহাৰত শংকৰদেৱ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ ৷ সমষ্টিটোৰ যুৱক যুবতীসকলক দেশৰ সেনাবাহিনীত নতুনকৈ সংযোগ ঘটোৱা অগ্নিবীৰ পদত নিজকে বাচনিভুক্ত কৰাৰ লগতে অন্য পদতো অন্তভূক্ত হোৱাৰ বাবে বিধায়ক অমিয় কুমাৰ ভুঞাই এই উদ্যোগ লয় ৷ বিধায়কগৰাকীয়ে পুৱা প্ৰতিটো কেন্দ্ৰত গৈ পৰ্যবেক্ষণ কৰাৰ লগতে নিজেও যুৱক যুৱতীসকলৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰি উৎসাহ যোগাই আহিছে ৷ সমষ্টিৰ যুৱক যুৱতীসকল এনে প্ৰশিক্ষণৰ জৰিয়তে স্বাস্থ্যবান আৰু নিৰোগী হোৱাটো গুৰুত্বপূৰ্ণ লক্ষন বুলি অভিহিত কৰা বিধায়কগৰাকীয়ে ইয়াৰ পূৰ্ৱে সমষ্টিটোত আৰক্ষী পদৰ বাবে অনুষ্ঠিত কৰিছিল এনে প্ৰশিক্ষণ ৷ যাৰ দ্বাৰা সমষ্টিটোৰ শতাধিক যুৱক যুৱতী আৰক্ষী বিভাগত যোগদানৰ সুবিধা লাভ কৰিছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Toyota Hilux Facelift की पहली झलक आई सामने, हाइब्रिड इंजन और इन बदलावों के साथ होगा लॉन्च
Toyota ने आधिकारिक लॉन्च से पहले Hilux Facelift से पर्दा उठा दिया है। इस पिक-अप ट्रक को कई...
মণিপুৰঃ চুৰাচান্দপুৰত ৩৭ বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণক লৈ টপ মেইটেই মহিলা সংগঠনৰ প্ৰতিবাদ
আৰক্ষীয়ে জনোৱা মতে, চুৰাচান্দপুৰৰ খুমুজাম্বা লেইকাইত জ্বলি থকা ঘৰৰ পৰা পলায়ন কৰি থকা অৱস্থাত...
हर्सूल तलाव पूर्णक्षमतेने भरला;ओव्हरफ्लो मुळे नागरिकांना सतर्कतेचा इशारा.
हर्सूल तलाव पूर्णक्षमतेने भरला;ओव्हरफ्लो मुळे नागरिकांना सतर्कतेचा इशारा.
औरंगाबाद;
शहरातील...
માંડવા પધ્ધતિથી શાકભાજીની ખેતીમાં પોગલુના ૫૫ વર્ષિય હસમુખભાઇએ કાઠુ કાઢયું
ડ્રીપ ઈરીગેશન અને મલ્ચીંગ પધ્ધતિથી ખેતી કરતા પાણીનો બચાવ થાય છે
માંડવા પધ્ધતિથી શાકભાજીની ખેતીમાં પોગલુના ૫૫ વર્ષિય હસમુખભાઇએ કાઠુ કાઢયું
ડ્રીપ ઈરીગેશન...