বালিপৰাত য়ুথ অলিম্পিকত পদক বিজয়ী টাইকোৱানডো খেলুৱৈক সম্বৰ্ধনা।অলপতে অসমত পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অসম যুৱ অলিম্পিক ২০২২ ত টাইকোৱানডো খেলত বালিপৰা টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষাৰ্থী কৰন ভুমিজে ৭৮ কিগ্ৰা শাখাত কামৰূপ জিলাৰ হৈ অংশগ্ৰহন কৰি ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ বালিপৰা অঞ্চলটিলৈ সুনাম কঢ়িওৱা খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনোৱা হয়।বালিপৰা টাইকোৱানডো একাডেমীয়ে অনুষ্ঠিত কৰা অনুষ্ঠানটিত বালিপৰা প্ৰেছ ক্লাৱ,বালিপৰা পেপছি ক্লাৱ,বালিপৰা টাইকোৱানডো একাডেমীৰ লগতে বালিপৰাৰ বিভিন্ন জনে খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনায়।উল্লেখ্য যে বালিপৰাৰ টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক দীপজ্যোতি শইকীয়া আৰু হৰেন ভুমিজৰ তত্বধনাত কৰন ভুমিজে প্ৰশিক্ষন লৈ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jetpur News| રાજકોટ: જેતપુર માં કેમિકલ ભરેલ ઝડપાવાનો મામલો| કેમિકલ બેરલનો FSL રિપોર્ટ આવ્યો| Dpnews
Jetpur News| રાજકોટ: જેતપુર માં કેમિકલ ભરેલ ઝડપાવાનો મામલો| કેમિકલ બેરલનો FSL રિપોર્ટ આવ્યો|...
Karnataka Election: मतगणना से पहले सियासी हलचल तेज, 'किंगमेकर' के बयान से अचानक कांग्रेस-भाजपा में खलबली
नई दिल्ली, Karnataka Assembly Election 2023 कर्नाटक में मतगणना से पहले ही सियासी हलचल तेज हो...
નાગદેવ ક્યારેય દૂધ પીતા નથી. નાગપંચમી એ નાગદેવની પુજા કરી રક્ષણ કરવું જરૂરી. સર્પવિદ અશોકભાઈ સાંખટે સર્પની સુરક્ષા કરવા કરી અપીલ.
નાગદેવ ક્યારેય દૂધ પીતા નથી. નાગપંચમી એ નાગદેવની પુજા કરી રક્ષણ કરવું જરૂરી. સર્પવિદ અશોકભાઈ...
নাজিৰা ৰমণী মণ্ডপত বিজেপি দলত যোগদান ।
নাজিৰা সমষ্টিৰ ৰমণী মণ্ডলৰ ১২৪ নং বুথত শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোঁহাইৰ উপস্থতিত বিজেপি...