উচ্চ শিক্ষা ৰে শিক্ষিত হৈও চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম নোহোৱা যুৱক জন প্ৰথম অৱস্থাত হতাশ ত ভুগিছিল।'কৰ্মই ধৰ্ম'এই কথাষাৰ মনত ৰাখি নিজৰ হাতত জমা থকা সামান্য মূলধনেৰে ঘৰতে সৰুকৈ আৰম্ভ কৰিলে গাহৰি ফাৰ্ম ।যুৱক জন হৈছে ঘিলামৰাৰ টেঙা আম মাজ গাঁওৰ গিতাচ চেতিয়া ।বহু বছৰ চৰকাৰী চাকৰি বিচাৰি অৱশেষত চাকৰিৰ বাবে বয়স পাৰ হৈ যোৱাত কম্পিউটাৰ চেণ্টাৰ খুলি জীৱন নিৰ্বাহ কৰি অহা গিতাচ চেতিয়াই গাহৰি পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ২0১৮ চনত আৰম্ভ কৰে গাহৰি ফাৰ্ম।এবছৰ পাছত লাভৰ মুখ দেখিবলৈ সক্ষম হয় উদ্যমী যুৱক জন।উন্নত প্ৰজাতি গাহৰি পালন কৰি স্বাৱলম্বী হোৱা গিতাচ চেতিয়া নিবনুৱা যুৱক যুৱতী ৰ বাবে উৎকৃষ্ট নিদৰ্শন হৈ থিয় দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દરરોજ સવારે આ સ્વાદિષ્ટ નાસ્તો ખાઓ, સુગર લેવલ રહેશે નિયંત્રણમાં
ડાયાબિટીસ (ડાયાબિટીસ) એક એવી સ્થિતિ છે કે જેમાં કડક દેખરેખની જરૂર હોય છે. ડાયાબિટીસથી પીડિત લોકોએ...
ગાંધીધામમાં આગનો બનાવ
ગાંધીધામના GIDC વિસ્તારમાં આવેલી એક ભંગારના વાડામાં આજે બપોરે અચાનક આગ ભભુકી ઉઠી હતી. જોત...
बस्ती के करीब लेपर्ड के मूवमेंट से सहमें लोग, वन विभाग की टीम निगरानी में लगी, एडवाइजरी की जारी
बूंदी। बूंदी-जयपुर मार्ग पर नवल सागर के आसपास शनिवार रात को लेपर्ड नजर आने से लोग दहशत में आ गए।...
આખજ જામફળીની ખેતીમાં ધડખમ ઘટાડો
આખજ જામફળીની ખેતીમાં ધડખમ ઘટાડો
સુરત મહાનગરપાલિકા દ્વારા રેલ્વે સ્ટેશન ખાતે સરદાર પટેલની જન્મ જયંતી ની ઉજવણી કરવામાં આવી.
સુરત મહાનગરપાલિકા દ્વારા રેલ્વે સ્ટેશન ખાતે સરદાર પટેલની જન્મ જયંતી ની ઉજવણી કરવામાં આવી.
સુરત...