ৰঙাপৰা সমষ্টিত ফুটবল টূৰ্নামেণ্ট। শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ফুটবল টূৰ্ণামেন্ট। সমষ্টিটোৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ সোঁৱৰনত সমষ্টি ভিত্তিত আয়োজিত কৰা হৈছে এই খেলখন। সমষ্টিটোৰ মুঠ ১৮ টা পঞ্চায়তৰ পৰা ১৮ টাকৈ দলে অংশগ্ৰহন কৰিবলগীয়া খেলখনিৰ শুভাৰম্ভ কৰে বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পানিপোটা FC আৰু মোলান গাওঁ FC ৰ মাজত হোৱা এই ৰোমাঞ্চকৰ খেলখনত পানিপোটা FC য়ে ৩-১ গ'লৰ ব্যৱধানত বিজয় সাৱ্যস্ত কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AHAWA // આહવા સિવિલમાં ડોગ બાઇટ નું ઇંજેકશન નહીં મળતા બાળાને વલસાડ રિફર કરાઇ..
માસૂમ બાળકી ને કૂતરાએ બચકુ ભરી દેતા પરિવાર જનો તેને આહવા સિવિલ હોસ્પિટલમાં લઇ જતા સિવિલમાં યોગ્ય...
કાલોલ ના ધારાસભ્યના હસ્તે આંગણવાડી કાર્યકર અને તેડાગર બહેનોને નિમણૂક પત્રોના વિતરણ નો કાર્યકમ યોજાયો
ગુજરાત સરકાર દ્વારા નવેમ્બર-૨૦૨૩-૨૪ ના રોજ ઓનલાઈન આંગણવાડી કાર્યકર અને તેડાગર ભરતીની જાહેરાત બહાર...
Kia ने दिखाई नई कॉम्पैक्ट Electric SUV EV3 की झलक, 23 May को होगी पेश
साउथ कोरियाई वाहन निर्माता Kia भी अन्य कंपनियों की तरह किआ इलेक्ट्रिक सेगमेंट के वाहनों पर...
শুক্ৰবাৰে মাধৱদেৱ বিশ্ববিদ্যালয়ত ABVP য়ে কৰিব প্ৰতিবাদ
উত্তৰপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰি ২০১৯ বৰ্ষত মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ...