হয় দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ হ'ল, কিন্তু আজিও বিদ্যালয়লৈ আহিব লগা হৈছে টিউবৰ সহায়ত। আৰু এইয়াই বাস্তৱ ছবি এতিয়া নুমলীগড়ত। এই দৃশ্য গোলাঘাট জিলাৰ আটাইতকৈ সৰহ ৰাজহ সংগ্ৰহ কৰা এটা অঞ্চলৰ। কাৰণ এইয়া দৈগ্ৰোঙ নৈৰ দৃশ্য। যিখন নৈৰ বালি যিকোনো কামৰ বাবে অতি উৎকৃষ্ট মানৰ বুলি কোৱা। দৃশ্যটো নুমলীগড়ৰ দৈগ্ৰোঙ নৈৰ। নুমলীগড়ৰ সুন্দৰপুৰৰ পৰা শ্যামৰাইপুৰলৈ যাবলৈ ৰাইজৰ বাবে আজিও নিৰ্মাণ ন'হল এখন দলং। যুগ যুগ ধৰি এনেদৰেই টিউব অথবা বাঁহেৰে নিৰ্মিত মেলেং সহায়ত দৈগ্ৰোঙ ওপৰেৰে মৰণত শৰণ দি কৰিবলগীয়া হৈছে যাতায়ত। নিৰ্বাচনৰ সময়ত প্ৰতিদ্বন্দী সকল আহে, প্ৰতিশ্ৰুতি দিয়ে ৰাইজক নিৰ্বাচনত জয়ী হ'লে ৰাইজৰ বাবে নিৰ্মাণ কৰিব এখন পকী দলং। পিছে নিৰ্বাচনত জয়ী হোৱাৰ পাছতে সকলো যেন পাহৰি যায় সেইসকল জনপ্ৰতিনিধিয়ে । দুখজনক ভাৱে ৰাইজৰ আৱেগৰ সৈতে ধেমালি কৰে এই সকলে। যাৰ বাবে এতিয়াও এখন দলংৰ অভাৱত মৰণত শৰণ দি দৈগ্ৰোঙ নৈৰ ওপৰেৰে যাতায়ত কৰিবলগীয়া হৈছে। দুৰ্ভোগ ভুগিছে কণ কণ ছাত্ৰ -ছাত্ৰী সকলে। উপায়ন্তৰ হৈ টিউবেৰে দৈগ্ৰোঙ নৈ পাৰ হৈ মুৰফুলনী উচ্চ মাধ্যমিক বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ -ছাত্ৰী সকলে এনেদৰেই আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ- মামা আমাৰ স্কুল যাবলৈ কষ্ট হৈছে, আমাক দলং এখন লাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Israel Vs Hamas युद्ध के बीच से बड़ी खबर | Aaj Tak | LIVE Hindi News
Breaking News: Israel Vs Hamas युद्ध के बीच से बड़ी खबर | Aaj Tak | LIVE Hindi News
Weather Update: फरवरी में मार्च-अप्रैल जैसा मौसम, क्या इस बार सारे रिकॉर्ड तोड़ेगी गर्मी?
राष्ट्रीय राजधानी दिल्ली समेत समूचे उत्तर भारत में मौसम लगातार अपना मिजाज बदलता नजर आ रहा है....
चराइदेव जिले में लावारिश शिशु बरामद
चराइदेव जिले के मरानहाट थाना क्षेत्र के बटामरा इलाके के ककरामारा में चाय बागान के नाले में पड़े...
मुलभुत सुविधा के लिए बरसो से भटक रहे देवगंज वासी.11 अगस्त को करेंगे हाइवे जाम.
टोंक. जिले की मंडावर ग्राम पंचायत की देवगंज डाणी के लोग स्वतंत्रता के 77 वर्ष बाद भी सड़क सुविधा...