মৰাণ মহাবিদ্যালয় আছা গোটৰ সভানেত্ৰী সবিতা মুৰাৰী আৰু সম্পাদক বিশাল মুদিৰ নেতৃত্বত সমিতি গঠন
আছা মৰাণ আঞ্চলিক আৰু মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ মহাবিদ্যালয় আছা গোট গঠন l মৰাণ মহাবিদ্যালয় আছা গোটৰ সভানেত্ৰী সবিতা মুৰাৰী আৰু সম্পাদক বিশাল মুদিৰ নেতৃত্বত সমিতি গঠন ।