যোগ্যতা থাকিলে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ অধ্যৱসায়ৰ সাধনাৰে নিজকে উজ্বলাই সকলোকে গৌৰাৱাম্বিত কৰিছে মিছামৰা বাগিচাৰ এজন শ্ৰমিকৰ পুত্ৰই । মিছামৰা চাহ বাগিচাৰ জিন্টু ঘাটোৱাৰ নামৰ এজন যুৱকে উৰুখা পঁজাৰ পৰা গৈ আজুৰি আনিলে অসম আৰক্ষীৰ চাকৰি । পিতৃ-মাতৃ দুয়ো বাগিচাৰ শ্ৰমিক আৰু পুত্ৰই কষ্টৰ বলত লাভ কৰিলে চাকৰি। অতি কষ্টসাধ্য প্ৰচেষ্টাৰ অন্তৰালত সফলতা লাভ কৰি উৎফুল্লিত হৈ পৰিছে যুৱকজন । দৰিদ্ৰতাক নেওচি, যত্ন কৰি লক্ষ্যত উপনীত হৈ আদৰ্শ হৈ পৰা যুৱকজনক গামোচা পিন্ধাই অভিনন্দন জনাইছে চাহ জনজাতি ছাত্ৰসন্থাৰ দেৰগাঁও শাখাই । আটছাৰ দেৰগাঁও শাখাৰ কেইবাজনো বিষয়-ববীয়াই জিন্টু ঘাটোৱাৰৰ বাসগৃহত গৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
समीर वानखेडेंना क्लीन चीट, काय घडलं? Sameer Wankhede | Nawab Malik | Aryan Khan Case | Maharashtra
समीर वानखेडेंना क्लीन चीट, काय घडलं? Sameer Wankhede | Nawab Malik | Aryan Khan Case | Maharashtra
ગોત્રી હોસ્પિટલમાં બેફામ પાર્કિંગ
ગોત્રી હોસ્પિટલમાં બેફામ પાર્કિંગ
જસદણ ધારાસભ્ય કુંવરજીભાઈ બાવળીયા એ જ્સદણ વિંછીયા લોકો ને દિવાળીની અને નુતન વર્ષાભિનંદન શુભેચ્છાઓ
જસદણ ધારાસભ્ય કુંવરજીભાઈ બાવળીયા એ જ્સદણ વિંછીયા લોકો ને દિવાળીની અને નુતન વર્ષાભિનંદન શુભેચ્છાઓ
राज्यसभा उपचुनाव-12 सीटों में भाजपा के 9 कैंडिडेट निर्विरोध जीते:बिहार और महाराष्ट्र से सहयोगी दलों को 1-1 सीट
राज्यसभा की 12 सीटों पर उपचुनाव में भाजपा के 9 और सहयोगी दलों के दो सदस्य निर्विरोध चुन लिए गए।...