মাত্ৰ এহেজাৰ টকাৰ বাবে কলম কটা দাৰে গোবিন গড় নিজ বন্ধু প্ৰবীন মাঝিক হত্যা কৰিলে।বিশ্বকৰ্মা পূজাৰ নিশা মৰাণৰ সমীপৰ দোমৰ দলং চাহবাগিচাৰ জুতুলীটিং শাখাত হৈছিল এই হত্যাকাণ্ড। ।
,।মৰাণহাটআৰক্ষীয়ে হত্যাকাৰী গোবিন গড়ক আটক কৰাৰ।পিছত ওলাইছে এই ভয়ংকৰ তথ্য।জব্দ কৰিছে দা খন।হত্যাকাৰী গোবিন গড় (২৮)ক কেছ নং 63/ 2022 নম্বৰত গোচৰ পঞ্জীয়ন।কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।