অসমমালাৰ অধিনত নিৰ্মাণ কৰিবলৈ লোৱা এটা ৰাজ্যিক ঘাইপথক কেন্দ্ৰ কৰি এতিয়া টিংখাঙৰ ব্যৱসায়ী সকলৰ বাবে আহি পৰিছে জীৱন জীৱিকাৰ ভাবুকি। যাক লৈ এতিয়া নিৰাপত্তা বিচাৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে শতাধিক ব্যৱসায়ী। উল্লেখ্য যে মৰাণৰ পৰা টিংখাঙৰ মাজেৰে নাহৰকটীয়া হৈ ডিগবৈলৈকে অসমমালাৰ অধিনত নিৰ্মাণ হব লগা মৰাণ নাহৰকটীয়া ৰাজ্যিক ঘাই পথটোৰ বাবে টিংখাঙৰ ব্যৱসায় বাণিজ্যৰ প্ৰাণ কেন্দ্ৰ ৰাজগড়ৰ ক্ষুদ্ৰ টাউনত শতাধিক ব্যৱসায়ী প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হব । যাৰ বাবে এতিয়া শংকিত ব্যৱসায়ী সকলে নিৰাপত্তা বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি চক্ৰ বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজি পুৱাৰ পৰা ৰাজগড় ব্যৱসায়ী সন্থাৰ উদ্যোগত শতাধিক ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। তেওঁলোকৰ দাবী পথটো নিৰ্মাণৰ বাবে ক্ষতিগ্ৰস্ত হব লগা ব্যৱসায়ী সকলৰ প্ৰতিষ্ঠান সমুহৰ ক্ষয় ক্ষতি কিমান পৰিমাণে আৰু কি ধৰণে হব তথা ক্ষতিপূৰণ কেনেকৈ লাভ কৰিব সেয়া পৰিস্কাৰ কৰা, ব্যৱসায়ী সকলৰ কোনোধৰণৰ ক্ষতি নোহোৱা ব্যৱস্থা গ্ৰহণ কৰা, ৰাজগড়ত নিৰ্মীয়মান চুপাৰ মাৰ্কেটৰ নিৰ্মাণকাৰ্যৰ গতি খৰতকীয়া কৰিবলৈ দাবী উত্থাপন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કચ્છના અંજારમાં ‘વીર બાળક સ્મારક’નું વડાપ્રધાન નરેન્દ્રભાઈ મોદીના હસ્તે તા.૨૮ ઓગસ્ટના રોજ લોકાર્પણ કરાશે.
કચ્છના અંજારમાં ‘વીર બાળક સ્મારક’નું વડાપ્રધાન નરેન્દ્રભાઈ મોદીના હસ્તે તા.૨૮ ઓગસ્ટના...
ZEE 24 Kalak Exclusive: PM નરેન્દ્ર મોદી પહોંચ્યા અટલ બ્રિજ નિહાળવા | Zee News
ZEE 24 Kalak Exclusive: PM નરેન્દ્ર મોદી પહોંચ્યા અટલ બ્રિજ નિહાળવા | Zee News
बालोतरा पुलिस द्वारा हत्या के प्रयास के प्रकरण में 03 लोगों को किया गिरफ्तार।
थाना बालोतरा द्वारा हत्या के प्रयास के प्रकरण में 03 मुलजिम आदम, सुमार व रतनखां गिरफ्तार।
...
Uddhav Thackeray यांना सर्वात मोठा दिलासा; मशाल ठाकरेंचीच! काय म्हणालं कोर्ट ऐका
Uddhav Thackeray यांना सर्वात मोठा दिलासा; मशाल ठाकरेंचीच! काय म्हणालं कोर्ट ऐका
Redmi Note 13 vs Redmi Note 13 Pro vs Redmi: कैमरा, बैटरी से लेकर प्रोसेसर तक, कौन सा फोन है बेहतर
Redmi ने भारत में आज अपने 3 डिवाइस को लॉन्च किया है जो Redmi Note 13 के हिस्से में आती हैं। इस...