চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাতেই নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈ আহিছে লুৰীণ জ্যোতি গগৈ । টিংখাঙৰ ডিকচাম চাহ বাগিচাত অনুষ্ঠিত হোৱা ফুটবল খেলত উপস্থিত থাকি নিযুক্তি কেলেংকাৰিক লৈ বিস্ফোৰক মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে। জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়, চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাতেই নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈ আহিছে। ভিক্টৰ দাসৰ পাছত কেইবাজনেও বিজেপিৰ মন্ত্ৰী বিধায়কৰ নাম উল্লেখ কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা বিষয়টোৱে বিজেপি চৰকাৰৰ দিনত যে ব্যাপক দুৰ্নীতি সংঘটিত হৈ আছে সেই কথা প্ৰমাণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गोलाघाट सदर थाने के सामने से गुजर रही इंडिगो गाड़ी अचानक आग लगने से मची अफरा तफरी
गोलाघाट सदर थाने के सामने से गुजर रही एक इंडिगो गाड़ी के धू धू कर जल उठने पर अफरा तफरी मच...
পূজাৰ পূৰ্বে পিষ্টলসহ তিনি বহি:ৰাজ্যৰ যুৱকক আটক গোলাঘাট আৰক্ষীৰ
অসমৰ গোলাঘাট জিলাত শনিবাৰে তিনি যুৱকক পিষ্টলসহ গ্ৰেপ্তাৰ কৰা হয়। মেৰাপানীত আৰক্ষী, চি আৰ পি এফ...