চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাতেই নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈ আহিছে লুৰীণ জ্যোতি গগৈ । টিংখাঙৰ ডিকচাম চাহ বাগিচাত অনুষ্ঠিত হোৱা ফুটবল খেলত উপস্থিত থাকি নিযুক্তি কেলেংকাৰিক লৈ বিস্ফোৰক মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে। জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়, চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাতেই নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈ আহিছে। ভিক্টৰ দাসৰ পাছত কেইবাজনেও বিজেপিৰ মন্ত্ৰী বিধায়কৰ নাম উল্লেখ কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা বিষয়টোৱে বিজেপি চৰকাৰৰ দিনত যে ব্যাপক দুৰ্নীতি সংঘটিত হৈ আছে সেই কথা প্ৰমাণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેવગઢબારિયા તાલુકા યુવા ઉત્સવ એસ આર હાઇસ્કુલ ખાતે યોજવામાં આવ્યો
દેવગઢબારિયા તાલુકા યુવા ઉત્સવ એસ આર હાઇસ્કુલ ખાતે યોજવામાં આવ્યો
लूट के आरोपी को पुलिस ने लिया हिरासत में
बुरहानपुर ब्रेकिंग
नेपानगर थाना क्षेत्र अंतर्गत बाकड़ी वन चौकी में हुई डकैती की...
દિવાળી તથા નૂતનવર્ષાભિનંદના શુભ પર્વ પર કલાકાર શ્રેયા પારંગીના મધુર અને સૂરીલી અવાજમાં ગીત
દિવાળી તથા નૂતનવર્ષાભિનંદના શુભ પર્વ પર કલાકાર શ્રેયા પારંગીના મધુર અને સૂરીલી અવાજમાં ગીત
অভিৰুচি ক্ৰীড়া দিৱসৰ উপলক্ষ্যে মৰাণত সদৌ অসম ভিত্তিত মাৰাথন প্ৰতিযোগিতা
অভিৰুচি ক্ৰীড়া দিৱসৰ উপলক্ষ্যে মৰাণত সদৌ অসম ভিত্তিত মাৰাথন প্ৰতিযোগিতা
મહેસાણામાં ભારે વરસાદથી રસ્તો નદીમાં ગરકાવ થયા
#haveyrain #rainfall #monsoon #gujarat સત્ય ન્યૂઝ ગુજરાત રાજ્ય ની Youtube ચેનલને સબસ્ક્રાઈબ કરો...