বাদুলিপাৰত ঝুমুৰ সন্মিলনত ৰাইজৰ ব্যাপক উচাহ ৷ বাদুলিপাৰ চাহ বাগিছা যুৱ সংঘৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে আয়োজন হ'ল ঝুমুৰ সন্মিলন । পুৱাই পতাকা উত্তোলন,বৃক্ষৰোপণৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰাত মুখৰিত হ'ল বিভিন্ন দলৰ নৃত্যকে ধৰি চাহ জনগোষ্ঠীৰ কৃষ্টিৰে । ঝুমুৰ নাচি আনন্দত মতলীয়া হ'ল পুৰুষ-মহিলা,যুৱক-যুৱতী সকলো । নৱপ্ৰজন্ম সকলক শুদ্ধৰূপত ঝুমুৰৰ বিষয়ে জ্ঞান দিয়াৰ লগতে প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ । ঝুমুৰ সন্মিলনত এনেদৰেই এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ল বাদুলিপাৰত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Prasad Lad इकडे ही लक्ष द्या! कंत्राटी कामगारांची आमदार महोदयांना विनंती... Eknath Shinde | BJP
Prasad Lad इकडे ही लक्ष द्या! कंत्राटी कामगारांची आमदार महोदयांना विनंती... Eknath Shinde | BJP
কুমাৰ নাৰ্ছিং হোমত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন...
কুমাৰ নাৰ্ছিং হোমত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন...
लोन चुकता न करने पर किसानों की कर रहे थे जमीन नीलामी, अब राजस्थान सरकार ने दी किसानों को बड़ी राहत
लोन नहीं चुकाने पर किसानों की जमीन नीलामी पर राज्य सरकार ने रोक लगा दी है। सहकारिता विभाग ने इस...