সদ্য ঘোষিত অসম আৰক্ষীৰ ৫৫০০ পদৰ ফলাফলত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত লৰমাবটাঁকুছিৰ জয়ন্ত দাস অন্তভুৰ্ক্ত হোৱাত গাওঁখনত আনন্দৰ জোৱাৰ উঠিছে৷উল্লেখ্য পিতৃ অশ্চিনী দাস পেচাত এজন কাঠ মিস্ত্ৰী৷তেওঁৰ সামন্য আয়ৰে চাৰিজনীয়া পৰিয়ালটো কোনোমতে চলি আছিল৷অতিপাত কষ্টকৰি পঢ়াশুনা জয়ন্তই সপোন দেখিছিল আৰক্ষী হোৱাৰ,আনকি বহুবাৰ আৰক্ষীৰ পৰীক্ষাও দিছিল৷আনকি সামৰিক বাহিনীৰোো পৰীক্ষা দিছিল জয়ন্তই৷অৱশেষত দেওবাৰে ভাল খৱৰটো অহাত যথেষ্ট উৎফুল্লিত হৈছিল জয়ন্তৰ লগতে পৰিয়াল তথা ওচৰচুবুৰীয়া৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
EV Fire Safety Tips: इन वजहों से इलेक्ट्रिक व्हीकल में लगती है आग, जानें कैसे करें बचाव
EV Fire Safety Tips इलेक्ट्रिक स्कूटर यूजर्स को समय दर समय यह चेक करते रहना होगा कि कहीं उनके...
Banks Rally Prediction: इस Banking Stock में दिखेगा Strong Move, इस वजह से आएगी तगड़ी रैली!
Banks Rally Prediction: इस Banking Stock में दिखेगा Strong Move, इस वजह से आएगी तगड़ी रैली!
बीड शहरातुन निघणाऱ्या गणेश विसर्जन मिरवणुकीवर पोलिसांचे राहणार लक्ष
बीड शहर आणि जिल्ह्यातून निघणाऱ्या गणेश विसर्जन मिरवणुकी साठी पोलिसांचा तगडा बंदोबस्त
ભૂત-પ્રેત કે બીમારી! અચાનક અહીં છોકરીઓ વર્ગમાં પાડવા લાગી ચીસો; વિડિયો વાયરલ
ઉત્તરાખંડના બાગેશ્વર જિલ્લામાંથી એક ચોંકાવનારો કિસ્સો સામે આવ્યો છે. વાસ્તવમાં, અહીંના રાયખોલી...