*দৰং জিলাৰ বিভিন্ন অঞ্চলত আফ্ৰিকান ছোৱাইন ফেভাৰৰ আতংক।*জিলা খনৰ পুনিয়া কমাৰপাৰা আৰু গধীয়া পাৰা পাথৰিঘাট গাহৰিৰ গাত আফ্ৰিকান ছোৱাইন ফেভাৰ ।*বানপানীৰ পিছতেই জিলা খনত গাহৰিৰ গাত দেখা দিছে এই বিধ ৰোগে। তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। আজি মঙ্গলদৈৰ নিকটৱৰ্তী গধিয়া পাৰাত পশু চিকিৎসা বিভাগে নিধন কৰি পুতি পেলায় প্ৰায় অৰ্ধ শতাধিক গাহৰি। আজি ও ছিপাঝাৰৰ বৰমপুৰত হত্যা কৰিলে শতাধিক গাহৰি। আনহাতে, যোৱা দুদিন পূৰ্বে মঙলদৈ কমাৰ পাৰা গাঁৱত ও একে দিনাই নিধন কৰি পুটি পেলায় ১৫০ টা গাহৰি। এইক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী, আৰু পশু চিকিৎসা বিভাগ সক্ৰিয় হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত বিদ্যুত বিভাগৰ কাম কৰা ঠিকাদাৰ প্ৰতিস্থানৰ কাম লৈ ক্ষোভ প্ৰকাশ আহোম গণমঞ্চৰ সম্পাদক অকণ ভূঞা
মৰাণত বিদ্যুত বিভাগৰ কাম কৰা ঠিকাদাৰ প্ৰতিস্থানৰ কাম লৈ ক্ষোভ প্ৰকাশ আহোম গণমঞ্চৰ সম্পাদক অকণ ভূঞা
नई शराब नीति : MP में आज से “शराब अहाते” बंद, सीएम शिवराज ने बताया ऐतिहासिक दिन
मध्य प्रदेश में आज से यानि 1 अप्रैल से नई शराब नीति लागू हो गई है। आज से प्रदेश के सभी शराब...
અખંડ ભારત સંકલ્પ દિવસ કાર્યકમની ઉજવણી કરાઈ....
અખંડ ભારત સંકલ્પ દિવસ કાર્યકમની ઉજવણી કરાઈ....
"NDA means N=New India, D=Development, A=Aspiration," says Prime Minister Narendra Modi
"NDA means N=New India, D=Development, A=Aspiration," says Prime Minister Narendra Modi while...
બનાસકાંઠા : માલગાડીના ડબ્બા પાટા પરથી નીચે ઉતરી ગયા....
બનાસકાંઠા : માલગાડીના ડબ્બા પાટા પરથી નીચે ઉતરી ગયા....