বিজেপি সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক আজি দেওবাৰে ধোপাতাৰিস্থ বেজেৰা মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ নৱনিৰ্বাচিত সভপতি আমিনুল হকৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন দাস, সম্পাদক তথা বেজেৰা মণ্ডলৰ প্ৰভাৰী বিজয় পাঠক, বেজেৰা মণ্ডল বিজেপিৰ সভাপতি দিলীপ ডেকা, সম্পাদকদ্বয় ৰুবুল দাস, ভাস্কৰজ্যোতি কলিতা, সংখ্যালঘু মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক চৈয়দ আবু আব্দুল্লাহক সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰিজুল আলীয়ে আঁত ধৰা আজিৰ সভাৰ পূৰ্বে শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত বন্ত্বি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভাৰতীয় সেনাৰ এনকাউণ্টাৰত নিহত তিনিজন দুৰ্ধৰ্ষ উগ্ৰপন্থী
বুধবাৰে জম্মু-কাশ্মীৰৰ বুড়গাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ তিনিজন...
ನಟಿ ಶ್ರೀಲೀಲಾ ನ್ಯೂ ಲುಕ್ ಗೆ ಅಭಿಮಾನಿಗಳು ಫಿದಾ
ಸ್ಯಾಂಡಲ್ ವುಡ್ ನಟಿ ಶ್ರೀಲೀಲಾ ನ್ಯೂ ಲುಕ್ ನ ಫೋಟೋಗಳನ್ನು ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಂಡಿದ್ದಾರೆ. ಶ್ರೀಲೀಲಾ ಲುಕ್ ಗೆ...
चिपळुणात दुसऱ्यांदा गोवा बनावटीची दारु पकडली, एकाला घेतले ताब्यात
चिपळूण: मुंबई-गोवा महामार्गावरील चिपळूण तालुक्यातील कळंबस्ते सुमारे २४ लाख रुपयांची गोवा बनावटीची...
Gujarat Election | વિધાનસભા ચુંટણી મા વધુ એક પક્ષ નુ આગમન | Samajvadi pary | Election 2022 | Dpnews
Gujarat Election | વિધાનસભા ચુંટણી મા વધુ એક પક્ષ નુ આગમન | Samajvadi pary | Election 2022 | Dpnews