বিজেপি সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক আজি দেওবাৰে ধোপাতাৰিস্থ বেজেৰা মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ নৱনিৰ্বাচিত সভপতি আমিনুল হকৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন দাস, সম্পাদক তথা বেজেৰা মণ্ডলৰ প্ৰভাৰী বিজয় পাঠক, বেজেৰা মণ্ডল বিজেপিৰ সভাপতি দিলীপ ডেকা, সম্পাদকদ্বয় ৰুবুল দাস, ভাস্কৰজ্যোতি কলিতা, সংখ্যালঘু মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক চৈয়দ আবু আব্দুল্লাহক সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰিজুল আলীয়ে আঁত ধৰা আজিৰ সভাৰ পূৰ্বে শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত বন্ত্বি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনা মহাবিদ্যালয়ৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত গীত পৰিৱেশন উদীয়মাণ কণ্ঠশিল্পী বনমালি পাঞাঙৰ
ঢকুৱাখনা মহাবিদ্যালয়ৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত গীত পৰিৱেশন উদীয়মাণ কণ্ঠশিল্পী বনমালি...
ધાનપુર તાલુકાના તલાટી કમ મંત્રીઓ અચોક્કસ મુદતની હડતાલ પર ઉતર્યા
ધાનપુર તાલુકાના તલાટી કમ મંત્રીઓ અચોક્કસ મુદતની હડતાલ પર ઉતર્યા
વિજપોલ સાથે ટ્રેકટર અથડાતા અફડા તફડી મચી
વઢવાણ વાઘેશ્વરી રોડ ઉપર એક ટ્રેકટર વિજ પોલ સાથે અથડાતા વિજ પોલ નમી ગયો હતો અને જીવતો વિજ વાયર...
જીવસેવા ચેરીટેબલ ટ્રસ્ટ દ્વારા ઘાયલ મોરને સારવાર અપાઈ...
જીવસેવા ચેરીટેબલ ટ્રસ્ટ દ્વારા ઘાયલ મોરને સારવાર અપાઈ...
સિહોર સહિત જીલ્લામાં લમ્પ્રી વાયરલ ફેલાયો
ભાવનગરમાં જિલ્લામાં લમ્પી વાઈરસે વધુ 12 પશુઓનો ભોગ લીધો, આજે 174 કેસ નોંધાયા અત્યાર સુધી...