লাহৰীঘাটত দেওবাৰে মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ।লাহৰীঘাটৰ ধিঙৰ আটিৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে গাঁওখনৰ ছাদ্দাম হুছেইন আৰু ইনামূল হক।সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ২৯ টা কণ্টেইনাৰ আৰু দুটা ম'বাইল জব্দ কৰে।পিছত সৰবৰাহকাৰী দুটাক আৰক্ষীয়ে লাহৰীঘাট থানালৈ লৈ যায় আৰু এই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰয়াত আলফা নেতা জীৱন মৰাণৰ আদ্যশ্ৰাদ্ধলৈ অসম বাসীক আমন্ত্ৰণ প্ৰাক্তন আলফা গদা অসমৰ
প্ৰয়াত আলফা নেতা জীৱন মৰাণৰ আদ্যশ্ৰাদ্ধলৈ অসম বাসীক আমন্ত্ৰণ প্ৰাক্তন আলফা গদা অসমৰ
Robin Uthappa ने लगातार तीन छक्के जड़कर उड़ाए पाकिस्तानी गेंदबाज के होश, ओवर में बटोरे इतने रन
नई दिल्ली, स्पोर्ट्स डेस्क। भारतीय टीम के पूर्व क्रिकेटर रॉबिन उथप्पा ने...
Zubair को supreme court ने जमानत देते हुए और भी बहुत राहतें दीं। Rajesh Dhakad
Zubair को supreme court ने जमानत देते हुए और भी बहुत राहतें दीं।#zubair #supremecourt #newsupdate...
Ayodhya Temple Update: 22 जनवरी को अयोध्या जाने पर बोले Akhilesh Yadav | Aaj Tak | Latest
Ayodhya Temple Update: 22 जनवरी को अयोध्या जाने पर बोले Akhilesh Yadav | Aaj Tak | Latest