সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ লাহৰীঘাটৰ অমৰাগুৰি গাঁৱৰ শুকমণি বড়োক গাঁওবাসীয়ে দেওবাৰে জনালে আদৰণি।অতি পিছ পৰা গাঁওখনৰ যতীন বড়ো আৰু জমিলা বড়োৰ কণিষ্ঠ পুত্ৰ শুকমণি বড়োয়ে কষ্টৰ ফলত অসম আৰক্ষীৰ কামাণ্ড বাহিনীত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত গাঁওবাসী আনন্দিত হৈছে।উল্লেখ্য যে অনুশীলনৰ কাৰণে স্থানীয় ভাৱে কোনো খেল পথাৰ নথকাত যুৱক জনে বহু কষ্টৰে প্ৰায় চাৰি কিল'মিটাৰ দূৰলৈ গৈ প্ৰতিদিনে দৌৰ আদিৰ অনুশীলন কৰি আহিছিল। কোনো ধৰণৰ টকা পইচাৰ লেনদেন নোহোৱাকৈ চাকৰিৰ বাবে উত্তীৰ্ণ হবলৈ পাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক যুৱক জনৰ লগতে গাঁওবাসীয়ে জনালে কৃতজ্ঞতা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રી રાધાકૃષ્ણ ગૌશાળામાં પણ ગૌમાતાઓને ગોળ, રોટલી, રોટલા અને લીલો ઘાસચારો ખવડાવીને ઉજવવામાં આવ્યો
શ્રી રાધાકૃષ્ણ ગૌશાળામાં પણ ગૌમાતાઓને ગોળ, રોટલી, રોટલા અને લીલો ઘાસચારો ખવડાવીને ઉજવવામાં આવ્યો
BANASKANTHA : થરાદ ધાનેરા હાઇવે પર અકસ્માત
#buletiniindia #gujarat #banaskantha
Transgender : ये ट्रांसजेंडर जो काम कर रही हैं, वो लोगों के लिए एक मिसाल की तरह है (BBC Hindi)
Transgender : ये ट्रांसजेंडर जो काम कर रही हैं, वो लोगों के लिए एक मिसाल की तरह है (BBC Hindi)
Lok Sabha Election 2024: जानिए Delhi में Manoj Tiwari Vs कन्हैया कुमार का मुकाबला क्यों है अहम ?
Lok Sabha Election 2024: जानिए Delhi में Manoj Tiwari Vs कन्हैया कुमार का मुकाबला क्यों है अहम ?
भाजपा मंडल अध्यक्ष संयोजक को बदमाशों ने सरियो से हमला कर किया घायल, अस्पताल में करवाया भर्ती
ब्रेकिंग कोटा..
भाजपा नेता पर जानलेवा हमला
भाजपा नेता एवं छावनी मंडल अध्यक्ष...