দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্ম দিনৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাং উন্নয়ন খণ্ডৰ এলেকাত " অমৃত সৰোবৰ " আচনিৰ অধীনত নিৰ্মাণ হবলগীয়া সাত খন অমৃত সৰোবৰ আচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। উক্ত এই শুভাৰম্ভণি অনুষ্ঠানত খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ ৰঞ্জন হাজৰিকাৰ লগতে কেইবাটাও পঞ্চায়তৰ সভাপতি/ সভানেত্ৰীৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী আবাস যোজনা (আচনি) ৰ অধীনত ৰাজ্যত নিৰ্মাণ হবলগা এক লাখ গৃহ নিৰ্মাণ কাৰ্যৰ ভিতৰত খোৱাং উন্নয়ন খণ্ডৰ অধীনৰ বাৰখন গাওঁপঞ্চায়তৰ ১৬২ টা গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক চক্ৰধৰ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Manipur Women Viral Video। Parliament Monsoon Session। Rajya Sabha में Mallikarjun Kharge की बहस
Manipur Women Viral Video। Parliament Monsoon Session। Rajya Sabha में Mallikarjun Kharge की बहस
અમદાવાદ: ઈસનપુરમાં વિસ્તારમાં No Parking ને લઇ AMC દ્વારા વાહનોને લોક મારવામાં આવ્યા| Ahmedabad News
અમદાવાદ: ઈસનપુરમાં વિસ્તારમાં No Parking ને લઇ AMC દ્વારા વાહનોને લોક મારવામાં આવ્યા| Ahmedabad News
Chhatrapati Sambhaji Nagar | पाऊस नसल्यानं बैलाच्या किमती उतरल्या | Marathi News
Chhatrapati Sambhaji Nagar | पाऊस नसल्यानं बैलाच्या किमती उतरल्या | Marathi News
ભીલડીની ગાયત્રી નગર સોસાયટીમાં રામલીલા યોજાઈ.
ભીલડીની ગાયત્રી નગર સોસાયટીમાં રામલીલા યોજાઈ.