প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ খুমটাই বামলাইনত অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য অঞ্চল উন্নয়ণ মন্ত্ৰী যোগেন মহনে ৷ ইয়াৰ অংশ হিচাপে খুমটাই গাঁও পঞ্চায়তৰ বামলাইনত দিৰৈ নৈৰ পাৰত অমৃত সৰোবৰ আঁচনিৰ অধীনত এটা পুখুৰীৰ খননৰ শুভাৰম্ভ কৰে ৷ এই অনুষ্ঠানত মন্ত্ৰীজনে জেচিবি চলাই অমৃত সৰোবৰ আঁচনিৰ পুখুৰী খননৰ শুভাৰম্ভ কৰে ৷ আজিৰ দিনটোতে মন্ত্ৰীজনে মাহমৰা সমষ্টিৰ সৰ্বোদয়, খুমটাই, বৰডবা, মিলন, উদয়পুৰ, কাকতিবাৰী, ভঁৰালীপুখুৰী, দিচাংপানী আৰু নিজখালৈঘুগুৰা গাঁও পঞ্চায়তত মুঠ ২২ টা অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ কৰে ৷ এই অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া সোনাম দাস, খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাকে ধৰি বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
UP Lok Sabha Election: कार्यालय में पहला चुनाव याद कर भावुक हुए अखिलेश यादव, बोले-उस दौर में सबके काले थे बाल, अब हो गए सफेद
कन्नौज। सपा जिला कार्यालय में पहला चुनाव याद कर अखिलेश यादव भावुक हो गए। उन्होंने कहा...
ચૂંટણી પહેલા મોટી માત્રામાં રોકડ રકમ ઝડપાય
ચૂંટણી પહેલા મોટી માત્રામાં રોકડ રકમ ઝડપાય
AAP सांसद Sanjay Singh के परिवार से मुलाकात के बाद बोले Rakesh Tikait | AAP | BJP | Aaj Tak News
AAP सांसद Sanjay Singh के परिवार से मुलाकात के बाद बोले Rakesh Tikait | AAP | BJP | Aaj Tak News
MG ने फास्ट चार्जर के साथ लॉन्च की इलेक्ट्रिक कार Comet, जानें कितनी है कीमत
ब्रिटिश कार कंपनी एमजी मोटर्स की ओर से भारतीय बाजार में ऑफर की जाने वाली सबसे सस्ती...