বৃহত্তৰ মৰাণ অঞ্চলৰ যি সকল ব্যক্তিয়ে আকাশবাণী কেন্দ্ৰত গীত বা বাদ্য যন্ত্ৰ পৰিৱেশন কৰিছিল সেই সকল শিল্লী একত্ৰ হৈ যোৱা ১৭ ছেপ্টেম্বৰত মৰাণত গীতিমঞ্জৰী নামেৰে এটি ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰে । মৰাণৰ ৰাধাকৃষ্ণ বিবাহ ভৱনত সন্ধিয়া অনুষ্ঠিত হোৱা উক্ত গীতিমঞ্জৰী অনুষ্ঠানটো শুভ উদ্বোধন কৰে একালৰ কণ্ঠশিল্পী তথা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দ্বীজেন গোহাঁয়ে । বিশিষ্ট কবি নীলাক্ষী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্ট শিল্পী তথা গীতিমঞ্জৰী অনুষ্ঠানৰ সহ সম্পাদক উমানন্দ দুৱৰাই । উক্ত অনুষ্ঠানত বলিউদৰ সংগীত জগতৰ প্ৰতিষ্ঠিত শিল্পী মৰাণৰ সন্তান ধ্ৰুৱজ্যোতি ফুকন, অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী বিপিন চাউদাঙ, মৰাণৰ বিশিষ্ট নাগৰিক ডাঃবিৰিঞ্চি কুমাৰ গগৈ, অনুপ ফুকনকে মুখ্য কৰি শতাধিক ৰাইজ সমবেত হৈছিল । অনুষ্ঠানত মম্বাই নিবাসী তথা খ্যাতনামা কণ্ঠশিল্পী শাশ্বতী ফুকন আৰু মৰাণৰ জ্যেষ্ঠ সাংবাদিক তথা অসম চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ বাছা বৰাক গামোচা, চেলেং, শৰাই, মানপত্ৰই ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটোৰ লগত সংগতিৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ' গীতিমঞ্জৰী' উন্মোচন কৰে বিশিষ্টা লেখিকা টিংখং মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা ড°জ্যোতিমালা গোহাই ফুকনে । উক্ত গীতিমঞ্জৰী অনুষ্ঠানত গীত পৰিৱেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ক্ৰমে - শাশ্বতী ফুকন, মনোৰমা দত্ত বুঢ়াগোহাই, জিতু বৰঠাকুৰ, জোনালী গগৈ, সপোনদীপ ভাগৱতী, বিমল মিত্ৰ, উমানন্দ দুৱৰা, ড°শৰত শইকীয়া, প্ৰফুল্ল গগৈ, নিপল বৰুৱা, অৰ্পনা গগৈ, নিভা আৰন্ধৰা, বীণা বৰগোহাই, দীপালী চুতীয়া ফুকন, বিদ্যা ভাৰতী, দীপিকা দত্ত, লাৱণ্য কলিতা, অংকিতা কলিতা , ষষ্ঠীতনয়া কলিতা, সিদ্ধাৰ্থ ব্যানাৰ্জী, উত্তম দেউৰী, শুভজ্যোতি ফুকন, চঞ্চল ভট্ৰাচাৰ্য, মনোজ কলিতা, শৈলেন কলিতা, অজয় ফুকন, চিন্ময়ী চেতিয়া, ৰূপাঞ্জলি শইকীয়া, অৰুন্ধতী শৰ্মা, পুস্পাঞ্জলি গগৈ, পুৰ্ণিত দিহিংগীয়াকে ধৰি বহু শিল্লীয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान उपचुनाव रिजल्ट के बाद सामने आया डोटासरा का पहला बयान, कहा- हार की जिम्मेदारी लेता हूं...
राजस्थान विधानसभा की 7 सीटों पर हुए उपचुनाव का रिजल्ट जारी कर दिया गया है. खींवसर, झुंझुनू,...
બજરંગ યુવા ગ્રુપ દ્વારા ધનતેરસના દિવસે ગૌ પૂજન કરવામાં આવ્યું
બજરંગ યુવા ગ્રુપ દ્વારા ધનતેરસના દિવસે ગૌ પૂજન કરવામાં આવ્યું
विभिन्न पारंपरिक खेलकूद प्रतियोगिताओ का आयोजन आज और कल
कोटा , खेल दिवस के उपलक्ष में राजस्थान राज्य भारत स्काउट एवं गाइड स्थानीय संघ कोटा दक्षिण के...
दिवाळी बोनस म्हणून मालकाने दिला चक्क आयफोन गिफ्ट । iPhone । Success Story । HPN MARATHI NEWS
दिवाळी बोनस म्हणून मालकाने दिला चक्क आयफोन गिफ्ट । iPhone । Success Story । HPN MARATHI NEWS
Lok Sabha Elections: Priyanka Gandhi का PM Modi पर तंज, 'युद्ध रुकवा सकते हैं तो बेरोजगारी खत्म...'
Lok Sabha Elections: Priyanka Gandhi का PM Modi पर तंज, 'युद्ध रुकवा सकते हैं तो बेरोजगारी खत्म...'