সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত নকছাৰী-ৰাইডঙ্গীয়া অঞ্চলৰ এগৰাকী সমাজ সচেতন উদীয়মান যুৱকৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ। নকছাৰী-ৰাইডঙ্গীয়া অঞ্চলৰ যুৱক ৰাজু ৰজকে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ দৰিদ্ৰ পৰিয়ালটোৰ বিশেষকৈ দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাত সকলোৱে সন্তুষ্টিৰ হাঁহি মাৰিছে। উল্লেখ্য যে কেইবাবছৰ পূৰ্বে পিতৃ স্নেহৰ পৰা বঞ্চিত ৰাজু ৰজকৰ মাতৃ লক্ষী ৰজক এগৰাকী সহজ-সৰল মহিলা। ৬০ বছৰ বয়সতো দিন হাজিৰা কৰি দুবেলা দুমুঠি অৰ্জন কৰাৰ লগতে পুত্ৰ ৰাজুৰো বিভিন্ন খৰচ ব্যয় কৰি আহিছে। তেনে স্থলত সমাজ ভালপোৱা ৰাজু ৰজকে অতি কষ্টৰ লগতে নিজৰ মেধাৰ বলত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত আজি ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰজাপুখুৰী উপ শাখাৰ কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজ ৰাজুৰ ঘৰত উপস্থিত হৈ অভিনন্দন জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
घोडगंगाच्या कामगारांचे हक्काचे पैसे द्या, त्यांचा तळतळाट घेऊ नका; सुधीर फराटे
शिरुर: ज्यांच्या कष्टातून घोडगंगा सहकारी साखर कारखाना सध्या सुरु आहे. त्या कामगारांचे गेल्या सात...
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
Insta Influencer जो Human Trafficking और Slavery जैसे मामले में जेल गई (BBC Hindi)
Insta Influencer जो Human Trafficking और Slavery जैसे मामले में जेल गई (BBC Hindi)
राज्यात सक्षम लोकआयुक्त कायदा करा, अन्यथा आंदोलन
राज्यात सक्षम लोकआयुक्त कायदा करा, अन्यथा आंदोलन
तळेगाव ढमढेरे प्रतिनिधी
राज्यात सक्षम...
খোৱাঙত প্ৰচণ্ড ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত কেইবাটাও বাসগৃহ
খোৱাঙত প্ৰচণ্ড ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত কেইবাটাও বাসগৃহ