২ নং দহোটীয়া ত্ৰিবেণী মহিলা সমিতিৰ উদ্যোগত ২ নং দহোটীয়া প্ৰাথমিক বিদ্যালয়ত ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত সজাগতামূলক ৰাজহুৱা সভাত উচ্চ-উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এলেকাটোৰ পৰা কৃতিত্বৰে প্ৰথম বিভাগত উত্তীৰ্ণ ১০ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়। লক্ষেশ্বৰী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাত গাঁৱৰক্ষী বাহিনীৰ লগতে বিভিন্ন সজাগতামূলক বিষয়ত পুলিবৰ থানা গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মাধৱ দাস, সভাপতি অৰুণ শৰ্মা, উপ-সভাপতি জয়ন্ত মাধৱ শইকীয়া, সম্পাদক প্ৰবীন শইকীয়া, পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ সভাপতি ৰমেন শইকীয়া, স্থানীয় শৈলেন বৰা প্ৰমুখ্যে বিভিন্নগৰাকীয়ে বক্তব্য আগবঢ়ায়। ২০১৬ চনৰ পৰা পৰিচালিত হৈ থকা পঞ্জীয়নভুক্ত গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িতসকলে সমাজৰ উন্নয়নমূলক কাম কৰি আহিছে। সভাতে এলেকাটোৰ ১০ গৰাকী বৰ্ষীয়ান পুৰুষ-মহিলাক একোখনকৈ ফুলাম গামোচা পিন্ধাই শ্ৰদ্ধা জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિછીયાના બંધાળી ગામેથી 23 વર્ષ મહિલાની તળાવમાંથી મૃતદેહ મળી આવ્યો વીંછીયા પોલીસ તપાસ હાથ ધરી
વીંછિયા ના બંધાળી ગામે ગઈકાલ તારીખ 1 ડિસેમ્બર ના રોજ એક મહિલનો મૃતદેહ મળી આવ્યો છે જેમાં મહિલાનું...
ৰহাৰ যুবক হীৰক জ্যোতি ৰ ব্যক্তিক্ৰমী পদক্ষেপ, ওপজা দিনত পদপথৰ আৰ্থীক ভাবে দুৰ্বল লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ।
ৰহা দিঘলদৰী যুবক হীৰকজ্যোতি নাথে আজি নিজৰ ওপজা দিন ব্যক্তিক্ৰমী ৰুপত পালন কৰি পদপথৰ আৰ্থীক ভাবে...
মৰান লাচিত নগৰ বৰ নামঘৰত শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ ব্যাপক প্ৰস্তুতি
মৰান লাচিত নগৰ বৰ নামঘৰত শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ ব্যাপক প্ৰস্তুতি
યુએસ ડ્રોન હુમલામાં અલ-કાયદાના નેતા અલ-ઝવાહિરીનું મોત, બિડેને કહ્યું- હવે ન્યાય થયો
અલ કાયદાના વડા અયમાન અલ-ઝવાહિરી શનિવારે યુનાઇટેડ સ્ટેટ્સ દ્વારા કરવામાં આવેલા હવાઈ હુમલામાં...