২ নং দহোটীয়া ত্ৰিবেণী মহিলা সমিতিৰ উদ্যোগত ২ নং দহোটীয়া প্ৰাথমিক বিদ্যালয়ত ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত সজাগতামূলক ৰাজহুৱা সভাত উচ্চ-উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এলেকাটোৰ পৰা কৃতিত্বৰে প্ৰথম বিভাগত উত্তীৰ্ণ ১০ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়। লক্ষেশ্বৰী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাত গাঁৱৰক্ষী বাহিনীৰ লগতে বিভিন্ন সজাগতামূলক বিষয়ত পুলিবৰ থানা গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মাধৱ দাস, সভাপতি অৰুণ শৰ্মা, উপ-সভাপতি জয়ন্ত মাধৱ শইকীয়া, সম্পাদক প্ৰবীন শইকীয়া, পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ সভাপতি ৰমেন শইকীয়া, স্থানীয় শৈলেন বৰা প্ৰমুখ্যে বিভিন্নগৰাকীয়ে বক্তব্য আগবঢ়ায়। ২০১৬ চনৰ পৰা পৰিচালিত হৈ থকা পঞ্জীয়নভুক্ত গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িতসকলে সমাজৰ উন্নয়নমূলক কাম কৰি আহিছে। সভাতে এলেকাটোৰ ১০ গৰাকী বৰ্ষীয়ান পুৰুষ-মহিলাক একোখনকৈ ফুলাম গামোচা পিন্ধাই শ্ৰদ্ধা জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત મહાનગરપાલિકા દ્વારા પર્યાવરણ અને જળવાયુ પરિવર્તન મંત્રાલય દ્વારા ઝુંબેશ હાથ ધરવામાં આવ્યું
સુરત મહાનગરપાલિકા દ્વારા પર્યાવરણ, વન અને જળવાયુ પરિવર્તન મંત્રાલય તથા કેન્દ્રીય પ્રદૂષણ નિયંત્રણ...
Karnataka: BJP हो या कांग्रेस किसी से भी गठबंधन करने को तैयार, लेकिन एक शर्त पर... मतगणना से पहले बोली JDS
नई दिल्ली, Karnataka Assembly Election 2023: कर्नाटक के पूर्व मुख्यमंत्री और जनता दल...
ವಿಧಾನಪರಿಷತ್ ನ ಬೆಂಗಳೂರು ಪದವೀಧರ ಕ್ಷೇತ್ರದ ಚುನಾವಣೆಗೆ ಸ್ಪರ್ಧಿಸಲು ನಂಜುಂಡ ಪ್ರಸಾದ್ ಅವರಿಗೆ ಬಿಜೆಪಿ ವರಿಷ್ಠರು ಅವಕಾಶ ಮಾಡಿಕೊಡಬೇಕು.
ಫೆಬ್ರವರಿ 14, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು "ಕರ್ನಾಟಕ ರಾಜ್ಯ ಹಿಂದುಳಿದ...
वैजापूर येथे सफाई कामगारांच्या आरोग्य तपासणी साठी शिबीर
वैजापूर येथे सफाई कामगारांच्या आरोग्य तपासणी साठी शिबीर