মাজুলী জিলাত চলি থকা বিভিন্ন উন্নয়ন মূলক কাম সমূহৰ ওপৰত আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত এখনি সভা অনুষ্ঠিত হয়।

বিধায়ক ভূৱন গাম, জিলা প্ৰশাসনৰ বিষয় বিবিয়া সকল উপস্থিত থাকে এই সভাত।