টিংখাঙৰ দুই পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে। পিতৃয়ে ৰ্জাচি গাই পালন কৰি পৰিয়ালটো পোহ পাল দি আহিছে। পিতৃৰ এই কামত সহায় কৰে পুত্ৰই। কিন্তু আজি ঘোষণা কৰা আৰক্ষী বেটেলিয়ানৰ ফলাফলৰ পিছতে হাঁহি বিৰিঙি উঠিছে টিংখাঙৰ এই পৰিয়ালটোৰ মুখত। টিংখাঙৰ বৰবাম পঞ্চায়তৰ লাচিত নগৰৰ নিবাসী নূৰ প্ৰসাদ উপাধ্যায় আৰু জোনালী উপাধ্যায় পুত্ৰ টিলক উপাধ্যায়ে ( Assam Police UB )ত সম্পূৰ্ণ নিকা আৰু স্বচ্ছ পদ্ধতিৰে চাকৰি লাভ কৰাৰ আনন্দত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানক ধন্যবাদ জনালে । তদুপৰি দিন হাজিৰা কৰা টিংখাঙৰ ধোঁৱাপথাৰ গাঁৱৰ মিনা গগৈৰ পুত্ৰ ফোলকন গগৈয়েও ( Assam Police AB )ত চাকৰি লাভ কৰি ধন্যবাদ জনালে চৰকাৰক।কেৱল তিলক উপাধ্যায়ে বা ফুলকন গগৈয়ে নহয় টিংখাং সমষ্টিৰ আন বহু কেইজন যুৱক যুৱতীয়ে সম্পূৰ্ণ মেধাৰ ভিত্তিত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gold Price LIVE Check | COMEX पर भाव 3 महीनों की ऊंचाई पर, 104 के निचे फिसला Dollar Index
Gold Price LIVE Check | COMEX पर भाव 3 महीनों की ऊंचाई पर, 104 के निचे फिसला Dollar Index
Causes of Inflation: भारत ही नहीं, महंगाई से त्रस्त है पूरी दुनिया; क्या है इसकी वजह
नई दिल्ली, बिजनेस डेस्क। पिछले करीब एक साल से महंगाई दर ऊपरी स्तर पर बनी हुई है। इस कारण आम...
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ। বুধবাৰে ছত্তীছগঢ়ৰ বিধায়ক...
અંબાજી પોલીસ સ્ટેશન વિસ્તારમાંથી ગળુ કપાયેલ હાલતમાં એક ઈસમ મળ્યો@live24newsgujarat
અંબાજી પોલીસ સ્ટેશન વિસ્તારમાંથી ગળુ કપાયેલ હાલતમાં એક ઈસમ મળ્યો@live24newsgujarat
Chirag Paswan EXCLUSIVE: Hajipur से चुनाव लड़ने और PM Modi को लेकर चिराग पासवान ने क्या कहा सुनिए
Chirag Paswan EXCLUSIVE: Hajipur से चुनाव लड़ने और PM Modi को लेकर चिराग पासवान ने क्या कहा सुनिए