সোণাৰিৰ বৰহাটত বিধ্বংসী অগ্নিকাণ্ড।জুইত জাহ গ'ল বৰহাট মিছাজান গাঁওৰ এটা পৰিয়ালৰ বাসগৃহ।নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হ'ল ফুনু মুড়া নামৰ লোকজনৰ বাসগৃহ।বৈদ্যুতিক বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।