দেওমৰনৈ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত সমাগত সাৰ্বজনীন শাৰদীয় দুৰ্গোৎসৱৰ লাইখুঁটা স্থাপন কৰা হৈছে । পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আৰু আয়তীসকলৰ উৰুলি ধ্বনিৰে লাইখুঁটা স্থাপন কৰে দেওমৰনৈৰ অৱসৰপ্ৰাপ্ত শিক্ষক মিনাৰাম বৰুৱাই । লাইখুঁটা স্থাপন অনুষ্ঠানত মঙলদৈ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেশ গোস্বামী, অৱসৰপ্ৰাপ্ত শ্ৰম বিষয়া ভূচন্দ্ৰ শৰ্মা, দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন গোস্বামী, দুৰ্গোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমচন্দ্ৰ বৰুৱা, সম্পাদক প্ৰমোদ কুমাৰ প্ৰমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नीदरलैंड में इजराइली फुटबॉल फैंस पर हमला:5 को अस्पताल में भर्ती कराया; PM नेतन्याहू ने वापस लाने के लिए प्लेन भेजा
नीदरलैंड की राजधानी एम्स्टर्डम में गुरुवार रात को एक फुटबॉल मैच के बाद इजराइली फैंस पर हमला हुआ...
થરાદ ના દાંતીયા થી દ્વારકા પ્રવાસે જતી બસ ને નડયો
અકસ્માત 10 વધુ વિદ્યાર્થી ને ઇજા.
થરાદના દાંતીયાથી દ્વારકા પ્રવાસ જતી વિદ્યાર્થીઓ ભરેલ બસ પલટી
બસ પલટી ખાતા દાંતીયા પ્રાથમિક...
Samsung Galaxy S25 Ultra में होगी 5500 mAh की बैटरी, AI खूबियों के साथ कब होगा लॉन्च
सैमसंग गैलेक्सी S25 अल्ट्रा को अगले साल फरवरी में लॉन्च किया जाएगा। इसके लिए कंपनी गैलेक्सी...