দেওমৰনৈ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত সমাগত সাৰ্বজনীন শাৰদীয় দুৰ্গোৎসৱৰ লাইখুঁটা স্থাপন কৰা হৈছে । পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আৰু আয়তীসকলৰ উৰুলি ধ্বনিৰে লাইখুঁটা স্থাপন কৰে দেওমৰনৈৰ অৱসৰপ্ৰাপ্ত শিক্ষক মিনাৰাম বৰুৱাই । লাইখুঁটা স্থাপন অনুষ্ঠানত মঙলদৈ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেশ গোস্বামী, অৱসৰপ্ৰাপ্ত শ্ৰম বিষয়া ভূচন্দ্ৰ শৰ্মা, দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন গোস্বামী, দুৰ্গোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমচন্দ্ৰ বৰুৱা, সম্পাদক প্ৰমোদ কুমাৰ প্ৰমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बाइक चोरी को लेकर कराया गया मामला दर्ज
बिहार के कटिहार के फलका थाना क्षेत्र में बड़ी चादर गांव निवासी एक व्यक्ति ने पालिका ऑफिस क्षेत्र...
The Rangers (frontline staff) of Orang National Park and Tiger Reserve Awarded The 2nd IUCN WCPA International Ranger Award 2022
A great moment for Orang National Park and Tiger Reserve !!
The Rangers (frontline staff)...
চৰাইদেউ আৰক্ষীৰ বিশেষ সফলতা।
বৃহৎ পৰিমাণৰ সোণৰ আ অলংকাৰ, নগদ ধন সহ তিনিজনক গ্ৰেপ্তাৰ।
সোণাৰি নগৰৰ লগতে শিৱসাগৰ জিলাৰ একাধিক ঠাইৰ পৰা সোণৰ আ অলংকাৰ চুৰি হোৱা ঘটনাৰ সৈতে জড়িত থকাৰ...
Jaipur में Instagram Influencer लड़की ने बताया, BJP-Congress का ऑफर और जवाब | Rajasthan Election
Jaipur में Instagram Influencer लड़की ने बताया, BJP-Congress का ऑफर और जवाब | Rajasthan Election
ગુજરાતી લવ સ્ટોરી ફિલ્મ દર્દની આંખોદેખી સાથે ખાસ વાતચીત
ગુજરાતી લવ સ્ટોરી ફિલ્મ દર્દની આંખોદેખી સાથે ખાસ વાતચીત