পুৰুষৰ সমানে সমাজখনৰ প্ৰত্যেকটো দিশতে আগবাঢ়ি গৈছে মহিলাসকল। নুমলীগড়ৰ সমীপৰ দৈগ্ৰোং নাট্য মন্দিৰৰ প্ৰাংগণত গুৰুজনাৰ অমূল্য সৃষ্টি ৰাজিৰ মহিলা ভাওনা প্ৰদৰ্শন। শ শ দর্শকৰ মাজত বলিষ্ঠ অভিনয়েৰে প্ৰদৰ্শন কৰিলে "দানবীৰ ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান"।নুমলীগড়ৰ দৈগ্ৰোংৰ দৃশ্য এয়া । এইসকল মহিলা আজি ব্যতিক্ৰম। মহিলাৰ কন্ঠই আজি সুকীয়া । কোনোগৰাকীৰ মুখত দাম্ভিক কথা । কোনো গৰাকীৰ লয়লাসেই সুকীয়া । সাজু হৈছে এক অনন্য ৰূপত । আচলতে দৈগ্ৰোং নাট্য মন্দিৰত বিশ্বকৰ্মা পূজা উপলক্ষ্যে এওলোকে আয়োজন কৰিছে এখন মহিলাৰ ভাওনা । । মুঠ ১৬ গৰাকী মহিলাই অভিনয় কৰিছে এইখন ভাওনাত। স্থানীয় এইসকল মহিলাৰ এনে কামে সকলোকে আকৰ্ষণ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મેટ્રો ટનલનાં પહેલા દર્શન 40. 60 મીટર ટનલ તૈયાર.
મેટ્રો રેલના ભૂગર્ભ ટનલના નિર્માણ માટે 30 સપ્ટેમ્બરે કાપોદ્રાથી સુરત રેલવે સ્ટેશન સુધીના 2. 8...
प्रदेश कांग्रेस अध्यक्ष की प्रत्याशियों के समर्थन में सभा:बैरवा के बाद आर्यन के लिए डोटासरा ने किया ‘गमछा डांस’, लोग झूमने लगे
प्रदेश कांग्रेस अध्यक्ष गोविंदसिंह डोटासरा शुक्रवार को कांग्रेस प्रत्याशियों के समर्थन में जन...
চাৰিআলি বিদ্যুত উপ-সংমণ্ডল কাৰ্যালয়ত
বিদ্যুত কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ কৰ্মবিৰতি পালন
সমগ্ৰ দেশতে নিখিল ভাৰত বিদ্যুত কৰ্মচাৰী মহাসংঘ আৰু ৰাষ্ট্ৰীয় বিদ্যুত অভিযন্তা আৰু কৰ্মচাৰী...
Climate Change: बार-बार क्यों आती है फ्लैश फ्लड? | America | Japan | Flood News |
Climate Change: बार-बार क्यों आती है फ्लैश फ्लड? | America | Japan | Flood News |
Aaditya Thackeray Exclusive | शेतकऱ्यांना धीर देणं गरजेचं, शिंदे-फडणवीस सरकारवर आदित्य ठाकरे कडाडले
Aaditya Thackeray Exclusive | शेतकऱ्यांना धीर देणं गरजेचं, शिंदे-फडणवीस सरकारवर आदित्य ठाकरे कडाडले