Golaghat Thief :Five Shop 

Breaking__

## বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে নিশা গোলাঘাট নগৰৰ চাউল বজাৰত চলিল চোৰৰ চাফাই অভিযান। পাচখন ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ হাতোৰা।গোলাঘাট আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০০ মিটাৰৰ দুৰত্বত সংঘটিত হৈছে এই চুৰি ঘটনা।

## তলা ভাঙি গুদামসহ পাচ খন গেলামাল দোকানত চুৰৰ লুটপাত।পুৱা দোকান খুলিব যাওতে পোহৰলৈ আহিছে চুৰি কান্ডৰ সমগ্ৰ ঘটনা।ব্যৱসায়ীক প্ৰতিষ্ঠানকেইখনৰ পৰা কেইবা লক্ষাধিক টকাৰ বয় বস্তু লৈ গল চোৰে।

##উল্লেখ যে শেহতীয়াকৈ গোলাঘাট নগৰৰ মাজমজিয়াত সঘনাই কেইবাটাও চুৰি ঘটনা সংঘটিত হৈ আহিছে যদিও চুৰ ধৰাটো বাদেই চোৰৰ উপদ্ৰপ ৰোধ কৰাত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে গোলাঘাটৰ আৰক্ষী। এতিয়া এই চুৰি ঘটনা সংঘটিত হোৱাৰ পিছত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে গোলাঘাট নগৰত।