ৰাজ্যত বিদ্যুতৰ মাছুল বৃদ্ধি সন্দৰ্ভত চৰ্চা লাভ সময়তে নিজৰ মত প্ৰকাশ কৰিছে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে। কিবা কাৰণত বিদ্যুত মাছুল বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে। কি কাৰণত মাছুল বৃদ্ধি পাইছে এই সন্দৰ্ভত শক্তি মন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীয়ে কথা পাতিছে। লগতে মাছুল হ্ৰাস কৰিব পাৰি নেকি এই সন্দৰ্ভতো আলোচনা কৰা বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত। সোণাৰিত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী যোগেন মহনে এই সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
FIND A PERFECT WAY TO CELEBRATE THIS RAKSHABHANDAN WITH THE NEW RANGE OF PRODUCTS FROM FUNSKOOL INDIA
AZIR KHOBOR, GUWAHATI, 3rd AUGUST, 2022 : India’s leading domestic toy manufacturer,...
Loksabha Election 2024: Mamata Banerjee को बड़ा झटका, 3 बार के विधायक Tapas Roy ने दिया इस्तीफा
Loksabha Election 2024: Mamata Banerjee को बड़ा झटका, 3 बार के विधायक Tapas Roy ने दिया इस्तीफा
કાલિયાસોટ ડેમને પ્રવાસન સ્થળ બનાવવાની તૈયારીઓ, પ્રવાસીઓને આકર્ષવા MP સરકારનો નિર્ણય
રાજ્ય સરકાર મધ્યપ્રદેશમાં પ્રવાસનને પ્રોત્સાહન આપવા માટે સતત જરૂરી પગલાં લઈ રહી છે. આ એપિસોડમાં...
Junior Mehmood Death: मशहूर अभिनेता जूनियर महमूद का निधन, कैंसर से थे पीड़ित (BBC Hindi)
Junior Mehmood Death: मशहूर अभिनेता जूनियर महमूद का निधन, कैंसर से थे पीड़ित (BBC Hindi)