গোলাঘাট বাচ আস্থানত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানত দুগৰাকী যুৱতীৰ মদ খাই উদ্ভণ্ডালি l জুবতি দুগৰাকীৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ আৰক্ষীক মাতিবলৈ বাধ্য স্থানীয় লোক l গোলাঘাট বাচ আস্থানত মটৰ পৰিবহন সন্থাৰ উদ্যোগত অনুষ্ঠিত নিশা জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানত দুগৰাকী যুৱতীৰ প্ৰথমে কাজিয়া তাৰ পিচতেই সৃষ্টি হয় হুলস্থুলীয়া পৰিবেশৰ। মদৰ ৰাগীত দুই গৰাকী যুৱতীয়ে অশ্লীল মন্তব্য কৰি উদ্ভণ্ডালি কৰে বুলি জানিবলৈ দিয়ে l জুবতি দুগৰাকীৰ অশ্লীল ভাষ্য আৰু উদ্ভণ্ডালিত অতিষ্ঠ হৈ উক্ত স্থানত উপস্থিত লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে জুবতি দুগৰাকীক থানালৈ লৈ যায়
গোলাঘাট বাচ আস্থানত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানত দুগৰাকী যুৱতীৰ মদ খাই উদ্ভণ্ডালি l
![](https://i.ytimg.com/vi/uQbTDfqk4SY/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)