গোলাঘাট বাচ আস্থানত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানত দুগৰাকী যুৱতীৰ মদ খাই উদ্ভণ্ডালি l জুবতি দুগৰাকীৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ আৰক্ষীক মাতিবলৈ বাধ্য স্থানীয় লোক l গোলাঘাট বাচ আস্থানত মটৰ পৰিবহন সন্থাৰ উদ্যোগত অনুষ্ঠিত নিশা জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানত দুগৰাকী যুৱতীৰ প্ৰথমে কাজিয়া তাৰ পিচতেই সৃষ্টি হয় হুলস্থুলীয়া পৰিবেশৰ। মদৰ ৰাগীত দুই গৰাকী যুৱতীয়ে অশ্লীল মন্তব্য কৰি উদ্ভণ্ডালি কৰে বুলি জানিবলৈ দিয়ে l জুবতি দুগৰাকীৰ অশ্লীল ভাষ্য আৰু উদ্ভণ্ডালিত অতিষ্ঠ হৈ উক্ত স্থানত উপস্থিত লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে জুবতি দুগৰাকীক থানালৈ লৈ যায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઓખા બસ સ્ટેશનમાં પાસે વલી મટકા આકડા નો જુગાર રમી રહેલો એક શખ્સ પકડાયો
ઓખા બસ સ્ટેશનમાં પાસે વલી મટકા આકડા નો જુગાર રમી રહેલો એક શખ્સ પકડાયો
BODELI મેરીયાનદી બે કાંટે વહેતા ગાડીતુંર થઇ, મુલધર,ટીંબી,ટોકરવા સહિત ગામોનો સંપર્ક વિહોણો જુઓ LIVE🔴
BODELI મેરીયાનદી બે કાંટે વહેતા ગાડીતુંર થઇ, મુલધર,ટીંબી,ટોકરવા સહિત ગામોનો સંપર્ક વિહોણો જુઓ LIVE🔴
राहुल गांधी का दावा, टू इन वन को मेरा चक्रव्यूह भाषण पसंद नहीं आया, ED बना रही है छापेमारी की योजना...
नई दिल्ली। कांग्रेस सांसद और लोकसभा में नेता प्रतिपक्ष राहुल गांधी ने शुक्रवार को दावा किया कि...
साहिल मोरेच्या आत्महत्येवरून अनेक शंका उपस्थित; पोलिसांचा तपास सुरुच
रत्नागिरी: शहरानजिकच्या एमआयडीसी येथील साईभूमी नगरातील इमारतीमध्ये शुक्रवारी सकाळी साहिल विनायक...
হোজাইত ইউৰিয়া সাৰৰ ছিণ্ডিকেট
হোজাইত ইউৰিয়া সাৰৰ ছিণ্ডিকেট।কলা বজাৰত চলিছে ইউৰিয়া সাৰৰ বেহা।ইউৰিয়া সাৰ নাপাই পথ অৱৰোধৰে কৃষকৰ...