অসম যুৱ অলিম্পিক-২০২২ প্ৰতিযোগিতাৰ সময়ত এক দুৰ্ঘটনাত পতিত হৈ আহত হোৱা বোকাখাতৰ অতি সম্ভাৱনাপূৰ্ণ চাইক্লিষ্ট দিগন্ত দাসৰ কাষত থিয় দি দাসৰ উন্নত চিকিৎসাৰ দায়িত্ব ল'লে স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই। ৩১ জুলাই ২০২২ তাৰিখে বোকাখাতৰ ৰজাবাৰীস্থিত বাসগৃহলৈ গৈ চাইক্লিষ্ট দিগন্ত দাসৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী বৰাই। চাইক্লিষ্ট দিগন্ত দাসৰ দ্ৰুত আৰোগ্য কামনাও কৰিছে মন্ত্ৰী বৰাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মঙ্গলদৈত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।
Mangaldai - Yuba congress r pratibad মঙ্গলদৈত কংগ্ৰেছৰ প্ৰতিবাদ।
দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ...
डीप फ्रीजर में रखी लाश को लगे कीड़े, मोर्चरी से पोस्टमार्टम के लिए निकाला तो लोग करने लगे उल्टियां
बीना के सिविल अस्पताल में बड़ी लापरवाही का मामला सामने आया है। यहां मोर्चरी में तीन दिन से रखे...
নুমলীগড়ৰ মৰঙিত উড়িয়া জনগোষ্ঠীৰ নোৱা খাই উৎসৱ আৰু উড়িয়া যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন ৷
নুমলীগড়ৰ মৰঙিত উড়িয়া জনগোষ্ঠীৰ নোৱা খাই উৎসৱ আৰু উড়িয়া যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন ৷...
অসম জাতীয়তাবাদী যুব ছাত্ৰ,ৰহা আঞ্চলিকৰ নগৰ পশ্চিম শাখা গঠন।
অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ,ৰহা আঞ্চলিক সমিতিৰ নগৰ পশ্চিম শাখা আজি গঠন কৰা হয়।
...
कोपरगावमध्ये मध्यरात्री दरोडा टाकत 2 लाख 81 हजारांचा ऐवज लुटला
अहमदनगर : कोपरगाव तालुक्यातील संवत्सर शिवारातील रहिवासी अनिल हरिभाऊ सोनवणे यांच्या घरी बुधवारी...