অসম যুৱ অলিম্পিক-২০২২ প্ৰতিযোগিতাৰ সময়ত এক দুৰ্ঘটনাত পতিত হৈ আহত হোৱা বোকাখাতৰ অতি সম্ভাৱনাপূৰ্ণ চাইক্লিষ্ট দিগন্ত দাসৰ কাষত থিয় দি দাসৰ উন্নত চিকিৎসাৰ দায়িত্ব ল'লে স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই। ৩১ জুলাই ২০২২ তাৰিখে বোকাখাতৰ ৰজাবাৰীস্থিত বাসগৃহলৈ গৈ চাইক্লিষ্ট দিগন্ত দাসৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী বৰাই। চাইক্লিষ্ট দিগন্ত দাসৰ দ্ৰুত আৰোগ্য কামনাও কৰিছে মন্ত্ৰী বৰাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लखनऊ: कल से भाषा विश्वविद्यालय में “इंटरनेट टूल्स के माध्यम से अनुवाद : चुनौतियां और समाधान” विषय पर तीन दिवसीय कार्यशाला
लखनऊ। कल यानी 6 दिसंबर से ख्वाजा मुईनुद्दीन चिश्ती भाषा विश्वविद्यालय में भारतीय भाषा समिति...
ৰহা আঞ্চলিক আৰু চাপৰমুখ শাখা ছাত্ৰ সন্থাই বীৰ শ্বহীদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰে।
আজি শ্বহীদ দিৱস,ৰহা সমজিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰাৰ সমান্তৰালকৈ ৰহা আঞ্চলিক ছাত্ৰ...
ભિલોડા આમ આદમીપાર્ટીના ડી બી.ડામોર ગુજરાત પ્રદેશ ઉપઅધ્યક્ષ તરફથી દિવાળી અને નવાવર્ષની હાર્દિક શુભ
ભિલોડા આમ આદમીપાર્ટીના ડી બી.ડામોર ગુજરાત પ્રદેશ ઉપઅધ્યક્ષ તરફથી દિવાળી અને નવાવર્ષની હાર્દિક શુભ
બુલેટીન ઇન્ડિયા ન્યૂઝના અહેવાલની અસર
#buletinindia #gujarat #arvalli