নলবাৰী জিলাৰ বৰিগোগ বনভাগ উন্নয়ন খণ্ডৰ অধীনস্থ দিহজাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাগৰকুছিত অমৃত সৰোবৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যা জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে সাগৰকুছিটো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উক্ত অমৃত সৰোবৰ আধাৰশিলা স্থাপন কৰে৷আধাৰশিলা স্থাপন অনুষ্ঠানৰ আঁতধৰে খণ্ড উন্নয়ন বিষয়া নৰেন্দ্ৰ তালুকদাৰে৷অনুষ্ঠানত জিলা উপায়ুক্ত গীতিমণি ফুকন,জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া ড° জয়ন্ত গোস্বামী,জিলা বিজেপিৰ সভাপতি ডা°মৃগাংক তালুকদাৰ,ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ ৰাজহচক্ৰ বিষয়া মনিষা কলিতা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা আদিয়ে অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोतीबिंदु शस्त्रक्रियेसाठी रुग्ण मुंबईसाठी रवाना
परभणी(प्रतिनिधी)परभणी विधानसभा मतदारसंघातील तट्टूजवळा व मिरखेल या गावातील जवळपास 95 नागरीक...
અલંગ માંથી વિદેશી અજગર મળી આવતા કુતૂહલ સર્જાયું ફોરેસ્ટ કાફલો ઘટના સ્થળે દોડી ગયો
અલંગ માંથી વિદેશી અજગર મળી આવતા કુતૂહલ સર્જાયું ફોરેસ્ટ કાફલો ઘટના સ્થળે દોડી ગયો
मिनटों में फुल होगी फोन की बैटरी! Noise ने लॉन्च किए GaN चार्जर, कीमत 999 रुपये से शुरू
Noise ने 30W 65W और 100W GaN चार्जिंग एडाप्टर पेश किए हैं जो छोटे साइज में फास्ट चार्जिंग स्पीड...
रोहा में महिलाओं ने श्रद्धापूर्वक की गोवर्धन पुजा
रोहा में आज श्रद्धालुओं ने श्रद्धापूर्वक गोवर्धन महाराज की पुजा अर्चना की।
...