নলবাৰী জিলাৰ বৰিগোগ বনভাগ উন্নয়ন খণ্ডৰ অধীনস্থ দিহজাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাগৰকুছিত অমৃত সৰোবৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যা জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে সাগৰকুছিটো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উক্ত অমৃত সৰোবৰ আধাৰশিলা স্থাপন কৰে৷আধাৰশিলা স্থাপন অনুষ্ঠানৰ আঁতধৰে খণ্ড উন্নয়ন বিষয়া নৰেন্দ্ৰ তালুকদাৰে৷অনুষ্ঠানত জিলা উপায়ুক্ত গীতিমণি ফুকন,জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া ড° জয়ন্ত গোস্বামী,জিলা বিজেপিৰ সভাপতি ডা°মৃগাংক তালুকদাৰ,ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ ৰাজহচক্ৰ বিষয়া মনিষা কলিতা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা আদিয়ে অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Maharashtra Politics: पीएम मोदी से गर्मजोशी के साथ मिले शरद पवार, क्या कहती है ये तस्वीर?
मुंबई, प्रधानमंत्री नरेन्द्र मोदी आज पुणे दौरे पर है। इस दौरान उन्हें लोकमान्य तिलक...
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৫ লেব টেকনেচিয়ানক বৰ্খাস্ত
৫ জন লেবৰট'ৰী টেকনেচিয়ানক চাকৰিৰ পৰা বৰ্খাস্ত।
এই ঘটনা সংঘটিত হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত।...
अगले सप्ताह रिटायर होंगे चीफ जस्टिस डीवाई चंद्रचूड़, अयोध्या पर फैसला सुनाने वाली पीठ के आखिरी न्यायाधीश
नई दिल्ली। अयोध्या राम जन्मभूमि मामले में फैसला सुनाने वाली सुप्रीम कोर्ट की पांच सदस्यीय...
ડીસાના જૂનાડીસા નજીક ટ્રકે રીક્ષાને ટક્કર મારતા યુવકનું મોત
ડીસા-પાટણ હાઈવે પર જુનાડીસા નજીક પૂરઝડપે આવતી ટ્રકે રીક્ષાને ટક્કર મારતા રીક્ષા ચાલક યુવકનું મોત...
"भारत बंद" के तहत कनवास रहा बंद,SC/ST व भीम आर्मी के द्वारा प्रदर्शन कर सौंपा ज्ञापन
"भारत बंद" के तहत कनवास रहा बंद,SC/ST व भीम आर्मी के द्वारा प्रदर्शन कर सौंपा ज्ञापन