যি সময়ত এটা চাকৰিৰ বাবে সকলোৱে আকুলতাৰে বাট চাই ৰৈছে,ঠিক একে সময়তে জয়শ্ৰী বৰা ফুকন নামৰ এইগৰাকী মহিলাই এক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি গাঁৱৰ যুৱক-যুৱতীসকলক কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। হাৱাজান চেংমৰাৰ নিবাসী এইগৰাকী মহিলাই এতিয়া এনে কামৰ বাবে সৰ্বসাধাৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । কিছু ব্যতিক্ৰমী চিন্তাধাৰাৰে বিশ্বকৰ্মা পূজাৰ দিনা আৰম্ভণি কৰিছে এই প্ৰশিক্ষণ কেন্দ্ৰটি। তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লৈ ঘৰতে চাকৰি পোৱাৰ আশাত বঢ়ি নাথাকি নিজ স্বামী অৰূপ ফুকনৰ সহযোগত এই প্রতিষ্ঠানটি শুভাৰম্ভণি কৰিছে আৰু উক্ত অনুষ্ঠানটি শুভাৰম্ভ কৰাৰ দিনাই প্রায় ২০ ৰ পৰা ২৫ গৰাকী শিক্ষাৰ্থী এই প্ৰশিক্ষণ চেণ্টাৰত নামভৰ্তি কৰিছেহি। যুৱক-যুৱতী সকলৰ উচ্ছুকতা দেখি মহিলাগৰাকীয়ে বিশ্বকৰ্মা পূজাৰ দিনা নামভৰ্ত্তি মাচুল আৰু ৰেগুষ্ট্ৰেচন মাছুলসমূহ নাইকিয়া কৰি দিয়াত আৰু অধিক যুৱক-যুৱতীৰ এতিয়া লানি নিছিগা সোঁত বৈছে চেংমৰা স্থিত এই প্ৰশিক্ষণ শিবিৰটোলৈ । যাৰ বাবে আজিৰ দিনটোতো মহিলাগৰাকীয়ে শিক্ষাৰ্থীসকলৰ লগত একেলগে বঢ়ি শিক্ষা প্ৰদান কৰা পৰিলক্ষিত হৈছে। আনহাতে মহিলাগৰাকীৰ এনে কাৰ্যত এতিয়া অনুষ্ঠানটোলৈ অহা ছাত্ৰ-ছাত্ৰীয়েও মহিলাগৰাকীক ভূয়সী প্ৰশংসা কৰা দেখা পোৱা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सेवा पंधरवाडा अंतर्गत नागरिकांची कामे कालमर्यादेत मार्गी लावावीत
जिल्हाधिकारी आंचल गोयल
परभणी, दि.16 (जिमाका) : जिल्ह्यातील सर्वसामान्य जनतेची कामे कालमर्यादेत व्हावी याकरीता 17...
સિહોર શહેરમાં રીક્ષા ચાલક મનફાવે તેવું ભાડું વસૂલે છે તેથી લોકોમાં હેરાનગતિ
સિહોર શહેરની વસતીની દ્રષ્ટિએ શહેરમાં હોવી જોઇએ તેના કરતા બમણી રિક્ષાઓ દોડી રહી છે. જેના કારણે...
Abdul Sattar यांचा Viral Video, कलेक्टरला विचारले दारु पिता का दारु?| Aditya Thackeray
Abdul Sattar यांचा Viral Video, कलेक्टरला विचारले दारु पिता का दारु?| Aditya Thackeray
দৈগ্ৰোং নাট্য মন্দিৰৰ প্ৰাংগণত গুৰুজনাৰ অমূল্য সৃষ্টি ৰাজিৰ মহিলা ভাওনাই মুহিলে দৰ্শকক।
দৈগ্ৰোং নাট্য মন্দিৰৰ প্ৰাংগণত গুৰুজনাৰ অমূল্য সৃষ্টি ৰাজিৰ মহিলা ভাওনা প্ৰদৰ্শন।
পুৰুষৰ সমানে...
सुल्तानपुर क्षेत्र के धनवा गांव में युवक ने आत्महत्या के इरादे से किया अज्ञात दवा का सेवन तबीयत बिगड़ने पर MBS अस्पताल में भर्ती कोटा
सुल्तानपुर क्षेत्र के धनवा गांव में युवक ने आत्महत्या के इरादे से किया अज्ञात दवा का सेवन तबीयत...