প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিনৰ উপলক্ষে আজিৰ পৰা অহা ০২ অক্টোবৰলৈকে আৰম্ভ হোৱা সেৱা পষেকৰ অংশস্বৰূপে ভাৰতীয় জনতা যুৱ মৰ্চা,নাৰায়ণপুৰ গ্ৰাম্য মণ্ডলৰ উদ্যোগত গণকদলনী পঞ্চায়তৰ ১নং ৰূপতলী প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰে তেজৰ গ্ৰুপ পৰীক্ষা শিবিৰ। উক্ত অনুস্থানটো শুভ উদ্বোধন কৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাই। কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে "অন্ত্যোদয়াৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আগুৱাই সমাজৰ প্ৰতিজন লোকক আঁচনি আৰু সেৱাসমূহৰ সুবিধা প্ৰদানেৰে ৰাষ্ট্ৰ নিৰ্মাণত ব্ৰতী হৈ থকা" প্ৰধানমন্ত্ৰী গৰাকীক জন্মদিনৰ আন্তৰিক ওলগ আৰু শ্ৰদ্ধা জনাই। উক্ত অনুস্থানত উপস্থিত থাকে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অধক্ষ্য বিষ্ণু দেউৰী,ভাৰতীয় জনতা যুৱ মৰ্চা,নাৰায়ণপুৰ গ্ৰাম্য মণ্ডলৰ সভাপতি বিতোপন কোঁৱৰ,বিজেপি ৰাজ্যিক প্ৰভাৰী মনোজ দত্তকে ধৰি বহুকেইজন জেষ্ঠ বিজেপি নেতা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભારત સરકાર દ્વારા પ્રજા લક્ષી યોજનાઓ અમલી બનાવી
આરોગ્ય અને પરિવાર કલ્યાણ વિભાગ ભારત સરકાર દ્વારા સમયાંતરે અનેકવિધ પ્રજાલક્ષી યોજનાઓ અમલી બનાવી...
Amarnath Yatra Begins
Duration and Commencement Of Amarnath Yatra is given.
Delhi: AIIMS Hospital में लगी भीषण आग | AIIMS hospital under fire | Delhi news |Delhi breakings
Delhi: AIIMS Hospital में लगी भीषण आग | AIIMS hospital under fire | Delhi news |Delhi breakings
खेलकूद सप्ताह में खिलाडियों ने दिखाया दमखम
राजकीय महाविद्यालय में खेलकूद सप्ताह के अन्र्तगत बुधवार को प्राचार्य दीपकराज जैन के नेतृत्व में...
Launch Event Highlights OPPOReno10Series
Launch Event Highlights OPPOReno10Series