ঢকুৱাখনা বিধানসভা সমষ্টিৰ আৰু মাজুলী সমষ্টিৰ সীমামূৰীয়া বৰপমুৱা ঘাটত উপস্থিত হৈ ঢকুৱাখনাৰ সমষ্টিৰ বৰখামুখৰ পৰা বামগৱলৈ কে নিৰ্মান হবলগীয়া পথ আৰু সেৰকতা সুঁতিৰ ওপৰত বৰপুমৱা ঘাটৰ পৰা মাজুলীৰ জেংৰাইমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে।লগতে ৰাইজৰ লগত মত বিনিময় কৰে।।