মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৫৪ সংখ্যক  তিৰোভাৱ তিথি উপলক্ষে মাজুলীৰ আন সত্ৰ সমুহৰ সমান্তৰালভাৱে  শ্ৰী শ্ৰী আদিএলেঙী সত্ৰতো দিনযোৰাকৈ আধ্যাত্মিক পৰিৱেশৰ মাজত উলহ- মালহেৰে উদযাপন হয় গুৰুজনাৰ তিথি ৷

নাম প্ৰসংগ , কীৰ্তন পাঠ কৰাৰ লগতে গুৰুজনাৰ অমৰ সৃষ্টিৰাজী পৰ্দশন কৰা হয় ৷

বিশেষকৈ আজি সত্ৰ খনত আয়োজিত শিশু সকলৰ অভিনিত 'ভোজন বেহাৰ' ভাওনাই সকলোৰে পৰা সমাদৰ  লাভ কৰে ৷