শনিবাৰে পুৱা India Swachha League ৰ লগত সংগতি ৰাখি তিনিচুকীয়া পৌৰসভাৰ স্বচ্ছতা অভিযান আৰু সজাগতা ৰেলী ফ্লে’গ অফ কৰে জিলা উপায়ুক্ত নৰ্ছিং পৱাৰে ৷