অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক সাহায্য প্ৰদান কৰে এই উপলক্ষে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সাহায্য বিতৰণ সভাত প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰাণ হেৰুৱা ১৭ গৰাকী লোকৰ নিকটাত্মীয়ক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে বহুকেইগৰাকী ভুমিহীন লোকক মাটিৰ পট্টা বিতৰণ কৰে। উক্ত সভাত মন্ত্ৰী জনৰ লগত চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাৰ লগতে অতিৰিক্ত উপায়ুক্ত জাৱেদ আৰমান চক্ৰ বিষয়া ৰ লগতে বহুকেইজন বিষয়া উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોર્ડિંગ પોઈન્ટ બદલવા પર રિફંડ નથી મળતું, જાણો શું કહે છે આ નિયમ
ભારતીય રેલ્વે દ્વારા મુસાફરીને લઈને ઘણા નિયમો બનાવવામાં આવ્યા છે, જે લોકોને મુસાફરી કરવાની...
કહેર મચાવનારી સિંહણ પકડાયા બાદ વધુ 5 સિંહ અને પકડવાનું પાછળનું વન વિભાગ નું કારણ શું ?
કહેર મચાવનારી સિંહણ પકડાયા બાદ વધુ 5 સિંહ અને પકડવાનું પાછળનું વન વિભાગ નું કારણ શું ?
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে চাফাজুল হুছেইন "চুইট ছাৰে"।
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে চাফাজুল হুছেইন "চুইট ছাৰে"।
উজনি অসমৰ স্ত্ৰী শিক্ষাৰ অন্যতম...
BREAKING NEWS: गृह मंत्रालय ने बढ़ाई केंद्रीय मंत्री Chirag Paswan की सुरक्षा | Home Ministry| AajTak
BREAKING NEWS: गृह मंत्रालय ने बढ़ाई केंद्रीय मंत्री Chirag Paswan की सुरक्षा | Home Ministry| AajTak
মন আৰু পদাৰ্থ
সকলো সমস্যা মন আৰু পদাৰ্থৰ মাজত আবদ্ধ হৈ আছে। যদি আপত্তি নাই, তেন্তে কোনো কথা নাই।