অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক সাহায্য প্ৰদান কৰে এই উপলক্ষে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সাহায্য বিতৰণ সভাত প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰাণ হেৰুৱা ১৭ গৰাকী লোকৰ নিকটাত্মীয়ক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে বহুকেইগৰাকী ভুমিহীন লোকক মাটিৰ পট্টা বিতৰণ কৰে। উক্ত সভাত মন্ত্ৰী জনৰ লগত চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাৰ লগতে অতিৰিক্ত উপায়ুক্ত জাৱেদ আৰমান চক্ৰ বিষয়া ৰ লগতে বহুকেইজন বিষয়া উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डीटीओ प्रवर्तन दलों की रिफाइनरी क्षेत्र में औचक प्रवर्तन कार्यवाही।
बालोतरा, । विभागीय राजस्व लक्ष्य की पूर्ति हेतु जिला परिवहन कार्यालय बालोतरा द्वारा लगातार...
પાટડી તાલુકાના ઝીંઝુવાડાના રહેણાંક મકાનમાં જુગાર રમતા ૮ શખ્સો ને ઝડપી પાડતી પોલીસ
સુરેન્દ્રનગર એલસીબી અને પેરોલ ર્ફ્લો સ્કોડ ટીમે પાટડી તાલુકાના ઝીંઝુવાડાના રહેણાંક મકાનમાં જુગાર...
અભિનેતા અજય દેવગનની હાજરીમાં ગુજરાતની સૌ પ્રથમ સિનેમેટીક ફિલ્મ પોલિસી-2022 લોન્ચ
ગુજરાતની સૌપ્રથમ ‘સીનેમેટિક ટુરિઝમ પોલિસી’નું લોન્ચિંગ મુખ્યમંત્રી ભુપેન્દ્ર પટેલે...
NEET Paper Leak के सवाल पर पहली बार बोले Tejashwi Yadav, 'जहां जहां BJP, वहां वहां गड़बड़' | Aaj Tak
NEET Paper Leak के सवाल पर पहली बार बोले Tejashwi Yadav, 'जहां जहां BJP, वहां वहां गड़बड़' | Aaj Tak
এলাহাবাদত মঞ্চস্থ "বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱা"
লখিমপুৰ জিলাৰ অসম অৰুনাচল প্ৰদেশৰ সীমান্তৰ্বত্তী অঞ্চল ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ...