আজি বিশ্বকৰ্মা পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰতো একেই পৰিবেশ। অসম-অৰুণাচল সীমান্তবৰ্তী চেচাঁ তিনিআলিত অনুষ্ঠিত বিশ্বকৰ্মা পূজাত অংশ ল'লে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাই। অংশ লোৱাৰ সময়ত দেখা গ'ল বহু অনুৰাগীয়ে বিধায়ক গৰাকীৰ লগত ছেল্ফী লোৱা পৰিলক্ষিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ সদৰ থানাত ছেল্ফী পইণ্ট মুকলি
শিৱসাগত সদৰ থানাত ছেল্ফী পইণ্ট মুকলি৷ আজাদী কা অমৃত মহোৎসৱ লগত সংগতি ৰাখি আজি শিৱসাগৰ সদৰ থানাত...
તારીખ 8/1/2023 સીગવડ આજ રોજ સીગવડ તાલુકા માં વિશ્વ હિન્દુ પરિષદ દ્વારા ત્રિશુલ દીક્ષા અને શોર્ય પંથ સંચાલન માટે આજે બાઈક રેલી નો કાર્યક્રમ યોજાયો
સિંગવડ તાલુકામાં વિશ્વ હિન્દુ પરિષદ દ્વારા ત્રિશુલ દીક્ષા અને શૌર્ય પંથ નો કાર્યક્રમ સવારે 8:00...
Opposition alliance : सनातन धर्म वाले बयान पर जारी है हंगामा | ABP GANGA
Opposition alliance : सनातन धर्म वाले बयान पर जारी है हंगामा | ABP GANGA
মৰঙী মৌজাৰ মুৰফুলনীত ফুলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দখৰা পথাৰ গাঁৱত অনুষ্ঠিত হোৱা গাঁও সভাত দখৰা পথাৰ পানী যোগান আঁচনিৰ পৰিচলনা সমিতি গঠন কৰে।
সমগ্ৰ ৰাজ্যত চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে ৰূপায়ন কৰিছে জলজীৱন মিচন নামেৰে এক অভিলাষী আঁচনি। যি...