ঢকুৱাখনা শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰত মাহ যোৰা আয়োজন কৰা পবিত্র ভদিয়া নাম সামৰণি ।নাম প্ৰসংগৰে মুৰ্খৰিত সত্ৰ চৌহদ।

ৰাজ্যজুৰি সত্ৰ আৰু নামঘৰ সমূহত মাহযোৰা আয়োজন কৰা হৈছে পৱিত্ৰ ভাদ মাহ।

পবিত্র ভাদৰ মাহৰ উপলক্ষে আজি অন্তিমটো দিনটোত মূৰ্খৰিত হৈ পৰিছে সত্ৰৰ প্ৰাংগণত।

সমান্তৰাল ভাৱে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰতো উলহ মালহেৰে আজি সামৰণি পৰিছে পবিত্ৰ ভদিয়া নাম।