কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠন সমূহে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্য দল-সংগঠন সমূহ। বৃহস্পতিবাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছয় জনগোষ্ঠীৰ নেতৃত্বই। ৰাজ্যৰ ৰাজপথত জ্বলিল দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰতিকৃতি । ইয়াৰ ওপৰিও 26 ছেপ্তেম্বৰ তাৰিখে 24 ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই। ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে আজি মৰাণ জনজাতিকৰণক লৈ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰকাশ কৰি কয়, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাটো মই বিছাৰো। অসমৰ খিলঞ্জীয়া ছয়টা জনগোষ্ঠীয়ে যি জনজাতিৰ মৰ্য্যদা বিচাৰিছে এইটো পাব লাগে। ইতিমধ্য কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কাম আগবঢ়াইছে বুলি কয় বিধায়ক চক্ৰধৰ গগৈয়ে। আনহতে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই 26 ছেপ্তেম্বৰ তাৰিখে 24 ঘন্টীয়া অসম বন্ধ ঘোষণা কৰাক লৈ বিধায়ক জনে কয় প্ৰতিবাদ কৰাটো সকলো গণতান্ত্ৰিক অধিকাৰ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राहुल गांधी ने आज सदन में कहा, ''मणिपुर में बीजेपी ने पूरे भारत को मार डाला है.''#लोकसभा #राहुलगांधी
राहुल गांधी ने आज सदन में कहा, ''मणिपुर में बीजेपी ने पूरे भारत को मार डाला है.''#लोकसभा #राहुलगांधी
ઉપલેટા: ભૂગર્ભ ગટરના કાર્યમાં તંત્રની લાપરવાહી!, વારંવાર ભૂવાઓ પડતાં સ્થાનિકો પરેશાન
ઉપલેટા: ભૂગર્ભ ગટરના કાર્યમાં તંત્રની લાપરવાહી!, વારંવાર ભૂવાઓ પડતાં સ્થાનિકો પરેશાન
राष्ट्रवादी काँग्रेसचे सगळे विभाग आणि सेल तडकाफडकी बरखास्त, NCP चा लेटरबॉम्ब
एकीकडे महाराष्ट्रात रोजच नवनव्या राजकीय घडामोडी घडत असताना राष्ट्रवादी काँग्रेसचे अध्यक्ष...
India-Maldives Controversy: ऐक्शन में भारत, विदेश मंत्रालय पहुंचे मालदीव के उच्चायुक्त | Breaking
India-Maldives Controversy: ऐक्शन में भारत, विदेश मंत्रालय पहुंचे मालदीव के उच्चायुक्त | Breaking
કાલોલ તાલુકાના સરકારી દુકાનદારો ને માસાંતે જથ્થો નહી મળતા મામલતદારને આવેદનપત્ર આપ્યુ
કાલોલ તાલુકાના વાજબી ભાવના ૬૮ દુકાનદારો પૈકી ૩૭ દુકાનદારો ને જાન્યુઆરી માસ પુરો થવા આવ્યો ત્યા...